অসম ছাত্ৰ সন্থাৰ সেৱাত ৰঙিয়াৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ পৰা যথাযথ সন্মানেৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটা আঞ্চলিক শাখাই ৰঙিয়াৰ সংমণ্ডল ৰেল প্ৰবন্ধকক স্মাৰক পত্ৰ প্ৰদান কৰে ।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙিয়া ৰেল সংমণ্ডল সংগ্ৰাম পৰিষদৰ লগতে ৰঙিয়া আৰু ইয়াৰ ওচৰৰ অঞ্চলৰ ৰাইজৰ লগতে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙিয়া ৰেল সংমণ্ডল সংগ্ৰাম পৰিষদৰ দীঘলীয়া সংগ্ৰাম আৰু বিপ্লৱৰ ফল ৰঙিয়া ৰেল সংমণ্ডল ।
ৰঙিয়াবাসী ৰাইজে ৰঙিয়া ৰেল সংমণ্ডল প্ৰতিষ্ঠা হোৱাৰ পৰাই বিভিন্ন কাম-কাজত সমন্বয় সাধন কৰি আহিছে ।
এই ক্ষেত্ৰত ৰঙিয়াৰ জনসাধাৰণে লাভ কৰিবলগীয়া সেৱাৰ পৰা পিছ পৰি থকা নাই ।
স্থানীয় ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত ছাত্ৰ সন্থাই ৰেল সংমণ্ডলৰ প্ৰৱন্ধক গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে ।
Covid-19 ৰ সময়ত সমগ্ৰ ভাৰততে সকলো ৰেল সেৱা বাতিল কৰা হৈছিল, আৰু তাৰে বহু ৰেল সেৱা পুনৰ আৰম্ভ হৈছে covid-19 ৰ সংকটৰ পিছত ।
তদুপৰি এনে ৩খন স্থানীয় ৰে’ল আছে যিবোৰ এতিয়ালৈকে পুনৰ আৰম্ভ হোৱা নাই ।
ৰঙিয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সেনা, ব্যৱসায়ী আৰু ছাত্ৰ-ছাত্ৰীৰ যাতায়তৰ মূলসুঁতি ।
ছাত্ৰ সন্থাই সেই স্থানীয় ৰেলবোৰ পুনৰ আৰম্ভ কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰি অনুৰোধ জনাই ৰঙিয়া মাণ্ডলিক ৰেল সংমণ্ডলৰ প্ৰৱন্ধক গৰাকীক ।
এই কাৰ্যসূচীত উপস্থিত থাকে ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাসৰ লগতে বহুকেইজন কৰ্মী ।