VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শিলসাঁকোত উচ্ছেদক লৈ পুৱা্ই উত্তপ্ত পৰিস্থিতি, অৰ্ধনগ্ন প্ৰতিবাদ মহিলাৰ

voicedesk by voicedesk
September 1, 2023
in মুখ্য সংবাদ
শিলসাঁকোত উচ্ছেদক লৈ পুৱা্ই উত্তপ্ত পৰিস্থিতি, অৰ্ধনগ্ন  প্ৰতিবাদ মহিলাৰ
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

উচ্চেদক লৈ আজি পুৱাই উত্তপ্ত হৈ পৰিল মহানগৰীৰ শিলসাঁকো ৷ আৰক্ষী প্ৰশাসনক বাধা দিবলৈ ওলাই আহে স্থানীয় একাংশ মহিলা ৷ কেবল বাধা দিয়াই নহয়, সকলো সীমা অতিক্ৰমি একাংশ মহিলাই অর্ধ-উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

 

জানিব পৰা মতে শুকুৰবাৰে পুৱাই প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ  শিলসাঁকোত উপস্থিত হয়  ৷ কিন্তু আৰক্ষী-প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰে  শিলসাঁকোবাসীয়ে ৷ কিন্তু প্ৰতিবাদকাৰীৰ বাধাকো নেওচি উচ্ছেদ অভিযান চলাবলৈ আৰক্ষী – প্ৰশাসনে আৰম্ভ কৰে  ৷ বছৰ বছৰ ধৰি বাস কৰি অহা নিজৰ আপোন ঘৰখন ৰক্ষা কৰাৰ স্বাৰ্থত উপায়ন্তৰ হৈ একাংশ মহিলা প্ৰতিবাদকাৰীয়ে অৰ্ধ উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ দেহৰ কাপোৰ খুলি আৰক্ষী-প্ৰশাসনক বাধা দিবলৈ  চেষ্টা  কৰে মহিলা প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ পাচতে আৰু অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিলসাঁকোত ৷

 

আৰক্ষীয়ে চোঁচৰাই আটক কৰে একাংশ  প্ৰতিবাদকাৰীক ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে শতাধিক প্ৰতিবাদকাৰীক ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ খণ্ডযুদ্ধত আহত হৈছে কেবাগৰাকীও আৰক্ষী ৷ জানিব পৰা মতে, আহত আৰক্ষীকেইগৰাকীক চিকিৎসাৰ বাবে জিএমচিএইচলৈ  প্ৰেৰণ কৰা হৈছে ৷আজি শিলসাঁকোত প্ৰায় ২০০ টা পৰিয়ালৰ ওপৰত প্ৰশাসনৰ বুলড’জাৰ চলিব বুলি জানিব পৰা গৈছে  ৷ ১০০ বিঘা ভূমি বেদখল কৰাৰ লক্ষ্য বান্ধি লৈছে প্ৰশাসনে ৷

 

Previous Post

চিণ্ডিকেট চক্ৰৰ পৰা ২ কোটিতকৈয়ো অধিক ধন লৈ চিআইডিৰ জালত পৰিল কোন ডিএছপি- বিষয়া-জোৱান ?

Next Post

একেলগে অনুষ্ঠিত হ’ব লোকসভা-বিধানসভা-পঞ্চায়ত-পৌৰ নিগমৰ নির্বাচন !!প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দৰ নেতৃত্বত কেন্দ্ৰই গঠন কৰিলে কমিটী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
একেলগে অনুষ্ঠিত হ’ব লোকসভা-বিধানসভা-পঞ্চায়ত-পৌৰ নিগমৰ নির্বাচন !!প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দৰ নেতৃত্বত কেন্দ্ৰই গঠন কৰিলে কমিটী

একেলগে অনুষ্ঠিত হ’ব লোকসভা-বিধানসভা-পঞ্চায়ত-পৌৰ নিগমৰ নির্বাচন !!প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দৰ নেতৃত্বত কেন্দ্ৰই গঠন কৰিলে কমিটী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7