VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছোৱালীৰ প্ৰাথমিক শিক্ষাতো বাধা, আফগানিস্তানত পুনৰ ভংগ মানৱ অধিকাৰ

voicedesk by voicedesk
August 7, 2023
in মুখ্য সংবাদ
ছোৱালীৰ প্ৰাথমিক শিক্ষাতো বাধা, আফগানিস্তানত পুনৰ ভংগ মানৱ অধিকাৰ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

দহ বছৰৰ ওপৰৰ কিশোৰী স্কুললৈ যোৱাৰ প্ৰয়োজন নাই! আফগানিস্তানৰ কেইবাটাও অঞ্চলত তালিবানে এই ফাতোৱা জাৰি কৰিছে। তৃতীয় শ্ৰেণীৰ ওপৰৰ শ্ৰেণীত ছোৱালীক নামভৰ্তি কৰাৰ প্ৰয়োজন নাই বুলি নির্দেশনা দিছে তালিবানে । এই খবৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

 

ডিচেম্বৰৰ শেষৰফালে কলেজ আৰু বিশ্ববিদ্যালয়ত ছোৱালীৰ পঢ়া-শুনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। সকলো চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয়লৈ লিখা এখন পত্ৰত উচ্চ শিক্ষা মন্ত্ৰী নেদা মহম্মদ নদীমে কয় যে পৰৱৰ্তী জাননী নিদিয়ালৈকে ছোৱালীৰ পঢ়া-শুনা বন্ধ কৰি দিব লাগে। যাৰ বাবে আন্তৰ্জাতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ  সৃষ্টি হৈছে। তালিবানৰ সূত্ৰই সেই সময়ত দাবী কৰিছিল যে এই ব্যৱস্থা অস্থায়ী। নতুন নিয়ম প্ৰণয়ন কৰি পুনৰ শিক্ষা আৰম্ভ কৰা হ’ব। কিন্তু এই কেইমাহমানৰ ভিতৰত কোনো সুনিৰ্দিষ্ট পদক্ষেপ দেখা পোৱা নাই।

 

কাপোৰেৰে মূৰ ঢাকি, পুৰুষ অভিভাৱক লৈ শিক্ষানুষ্ঠানলৈ যোৱা, সুকীয়া দুৱাৰেদি সোমোৱা, কেৱল মহিলা শিক্ষকৰ সৈতে ক্লাছ লোৱা, ইফালে সিফালে অলপ শিক্ষা চলি আছে। তদুপৰি মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পিছত ছোৱালীক বিদ্যালয়লৈ আহিবলৈ দিয়া উচিত নহয় বুলি প্ৰশাসনে জানিবলৈ দিয়ে।  স্কুল-কলেজ, জিম-পাৰ্ক-বিউটি পাৰ্লাৰত ছোৱালীৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এইবাৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাতো ছোৱালীক বাধা আৰোপ কৰি আহিছে ৷গাজনী প্ৰদেশৰ শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ১০ বছৰৰ ওপৰৰ ছোৱালীক প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিব।

 

Previous Post

অস্কাৰ লাভ কৰাৰ পিছতো পাৰিশ্ৰমিক লাভ কৰা নাই ‘এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ কলা-কুশলীয়ে

Next Post

২০০ ফুট উচ্চতাত হঠাৎ ভাঙি পৰিল ৰোলাৰকোষ্টাৰ, চিৰিৰে নমাই অনা হ’ল আতংকিত পৰ্যটকক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
২০০ ফুট উচ্চতাত হঠাৎ ভাঙি পৰিল ৰোলাৰকোষ্টাৰ, চিৰিৰে নমাই অনা হ’ল  আতংকিত পৰ্যটকক

২০০ ফুট উচ্চতাত হঠাৎ ভাঙি পৰিল ৰোলাৰকোষ্টাৰ, চিৰিৰে নমাই অনা হ’ল আতংকিত পৰ্যটকক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7