VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৪ চেপ্টেম্বৰৰ পৰা গুৱাহাটীত অষ্টম ‘চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’

চলচ্চিত্ৰ কুইজ, মাষ্টাৰক্লাছ, কৰ্মশালা, গীত, নৃত্যৰে ভৰপুৰ হ'ব এইবাৰৰ মহোৎসৱ

voicedesk by voicedesk
July 12, 2024
in মুখ্য সংবাদ
১৪ চেপ্টেম্বৰৰ পৰা গুৱাহাটীত অষ্টম ‘চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

অহা ১৪ আৰু ১৫ চেপ্টেম্বৰত দুদিনীয়াকৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদত অনুষ্ঠিত হ’ব অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । বিগত সাতোটা সংস্কৰণৰ সৈতে সংগতি ৰাখি এইবাৰো মহোৎসৱত চুটি ছবিৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অৱশ্যে এই শাখাত যোগদান কৰিব বিচৰাসকলৰ বাবে মহোৎসৱ কৰ্তৃপক্ষই মূল বিষয় নিৰ্ধাৰণ কৰি দিছে । চুটি ছবিৰ বাবে মূল বিষয়টো হৈছে ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ । তদুপৰি মহোৎসৱ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া চুটি ছবিৰ উপ-বিষয়সমূহৰ ভিতৰত আছে শিল্প, নাৰী, ঐতিহ্য, সংগীত আৰু সংগীতজ্ঞ, সমাজ সচেতনতা, চিত্ৰকলা, পেইণ্টিং, পুথিচিত্ৰ, কীৰ্তিচিহ্ন আদি । মূলতঃ উত্তৰ পূৰ্বাঞ্চলৰ চিত্ৰ নিৰ্মাতাসকলৰ বাবে এই প্ৰতিযোগিতা মুকলি থাকিব যদিও ৰাষ্ট্ৰীয় স্তৰতো শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হ’ব । চুটি ছবিৰ এই প্ৰতিযোগিতাত সৰ্বমুঠ ১০ টা পুৰস্কাৰ আগবঢ়োৱা হ’ব । ম’বাইল ফোনৰ কেমেৰাৰে দৃশ্যগ্ৰহণ কৰি নিৰ্মাণ কৰা চুটি ছবি তথা ৰীলো এই প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা হ’ব । প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ হৈছে ১৫ আগষ্ট । এই প্ৰতিযোগিতাত যোগদানৰ বাবে ইচ্ছুকসকলে প্ৰতিযোগিতাৰ সবিশেষ চলচ্চিত্ৰমৰ আনুষ্ঠানিক ৱেবচাইট chalachitram.inত লাভ কৰিব পাৰিব । এই চলচ্চিত্ৰ মহোৎসৱত চুটি ছবি প্ৰতিযোগিতালৈ নিৰ্বাচিত ছবিসমূহৰ লগতে দুখনকৈ পূৰ্ণদৈৰ্ঘৰ ছবি আৰু কিছুসংখ্যক উচ্চমানৰ চুটি ছবি দৰ্শকে উপভোগ কৰিবলৈ পাব । আন কেইবছৰতকৈ কিছু নতুনত্বৰে ভৰপূৰ হ’ব এইবাৰৰ মহোৎসৱ । কেইটামান নতুন শিতান তথা বিষয় এইবাৰৰ মহোৎসৱত সংযোগ কৰা হৈছে । এই দুদিনীয়া মহোৎসৱৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলচ্চিত্ৰ বিষয়ক কুইজ, মাষ্টাৰক্লাছ, আলোচনা চক্ৰ, চলচ্চিত্ৰ নিৰ্মাণ বিষয়ক কৰ্মশালা আদিৰো আয়োজন কৰা হৈছে । তদুপৰি অসমীয়া ছবিৰ গীতৰ নৃত্যৰো এক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব এই মহোৎসৱত । চুটি ছবিৰ প্ৰতিযোগিতালৈ ছবি প্ৰেৰণ কৰিব বিচৰাসকলৰ বাবে সবিশেষ তথ্য চলচ্চিত্ৰমৰ আনুষ্ঠানিক ৱেবচাইটতেই দিয়া হৈছে । মুক্তিৰ অপেক্ষাত থকা ছবি, চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ, আলোচনী আদিৰো প্ৰচাৰৰ ব্যৱস্থা থাকিব এই মহোৎসৱত । এই সুবিধা ল’ব বিচৰাসকলে চলচ্চিত্ৰমৰ উপ-সভাপতি প্ৰবাল খাউণ্ডৰ সৈতে ৬০০২৬৯৯৭৩৩ নম্বৰত যোগাযোগ কৰিব পাৰিব । যোৱাবাৰৰ দৰে এইবাৰো মহোৎসৱৰ দৰ্শকৰ বাবে এক সামান্য মূল্যত পঞ্জীয়নৰ ব্যৱস্থা থাকিব । ছাত্ৰ-ছাত্ৰীসকলৰ।বাবে অৱশ্যে পঞ্জীয়নৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়াৰো ব্যৱস্থা ৰখা হৈছে ।

Previous Post

বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান, ১৫ খন ছবিত কৰিছিল অভিনয়

Next Post

জ্যোতিনগৰত “সুৰতীৰ্থ”ৰ তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জ্যোতিনগৰত “সুৰতীৰ্থ”ৰ তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি

জ্যোতিনগৰত "সুৰতীৰ্থ"ৰ তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7