VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম জয়ন্তী

voicedesk by voicedesk
November 24, 2021
in মুখ্য সংবাদ
আজি পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম জয়ন্তী
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

আজি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম জয়ন্তী। ১৮৭১চনৰ আজিৰ দিনটোতে উত্তৰ লখিমপুৰৰ নকৰি গাঁৱত তেখেতৰ জন্ম হৈছিল। উত্তৰ লক্ষীমপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে।

কলিকতাত অধ্যয়নৰত অৱস্থাতেই তেখেতে লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো অসমীয়া ছাত্ৰৰ সৈতে সৈতে লগ হৈ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু কহিমা সাহিত্য সভাৰ জন্ম দিছিল। পিছত অসমলৈ ঘূৰি আহি শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।

১৯১৭ চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয়। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি হিচাপে পদ্মনাথ গোহাঞিবৰুৱাই দায়িত্ব গ্ৰহণ কৰে। ১৯১৮ চনত অসম সাহিত্য সভাৰ সম্পাদক হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। সেই সময়ত সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা।

পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সাহিত্য জগতলৈ বৰঙণি অসীম। অসমীয়া ভাষাক গোহাঞিবৰুৱাৰ দৰে লোকসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছে বুলি ক’লেও ভুল কোৱা নহ’ব। এওঁলোকৰ প্ৰচেষ্টাত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা হৈছিল।

কলিকতাত অধ্যয়নৰত অৱস্থাতেই জোনাকী, বিজুলী, আসাম বন্তি আদি আলোচনীত লেখা আৰম্ভ কৰিছিল। ঊষা আলোচনীৰ সম্পাদনা কৰিছিল।

জুৰণি, ফুলৰ চানেকি, লীলা কাব্য, পদ্মপাণি আদি তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথি। ইয়াৰ উপৰিও জয়মতী, সাধনী, গদাধৰ, লাচিত বৰফুকন আদি নাটক ৰচনা কৰিছিল। তেখেতৰ প্ৰহসন ধৰ্মীয় নাটক আজিও সকলোৰে মুখে মুগে। গাওঁবুঢ়া, টেটোন তামুলী, ভূত নে ভ্ৰম এই তিনিখন আছিল প্ৰহসন ধৰ্মীয় নাটক। ইয়াৰ উপৰিও বাণৰজা নামেৰে এখন পৌৰাণিক নাটক ৰচনা কৰিছিল।

তেখেতৰ দ্বাৰা ৰচিত ভানুমতী হৈছে প্ৰথম সামাজিক উপন্যাস। তেওঁ অসম বুৰঞ্জীকে ধৰি কেইবাখনো বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।

১৯০৬ চনত তেখেতক ব্ৰিটিছ চৰকাৰে ২৫ টকাৰ সাহিত্য পেঞ্চন প্ৰদান কৰি সন্মান জনাইছিল বুলি জানিবলৈ পোৱা যায়।

অসমীয়া সাহিত্য জগতলৈ পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ বৰঙণিৰ বাবে আমি সদায়েই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আজি জন্ম দিৱসত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।

Previous Post

উত্তম যুদ্ধ সেৱা মেডেল লাভ কৰা প্ৰথম অসমীয়া ৰাণা প্ৰতাপ কলিতা

Next Post

দিল্লীৰ প্ৰদূষণক লৈ নৰম হোৱা নাই উচ্চতম ন্যায়লয়, চৰকাৰক কি ক’লে জানেনে?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দিল্লীৰ প্ৰদূষণক লৈ নৰম হোৱা নাই উচ্চতম ন্যায়লয়,  চৰকাৰক কি ক’লে জানেনে?

দিল্লীৰ প্ৰদূষণক লৈ নৰম হোৱা নাই উচ্চতম ন্যায়লয়, চৰকাৰক কি ক’লে জানেনে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7