VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শিশু সাহিত্য একাডেমী বঁটা বিজয়ী তোষপ্ৰভা কলিতাৰ দেহাৱসান

voicedesk by voicedesk
October 2, 2021
in মুখ্য সংবাদ, সমাজ, সংস্কৃতি
শিশু সাহিত্য একাডেমী বঁটা বিজয়ী তোষপ্ৰভা কলিতাৰ দেহাৱসান
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

 কালি ১ অক্টোবৰৰ বিয়লি প্ৰায় পাঁচ বজাত শিশু সাহিত্য একাডেমী বঁটা বিজয়ী বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ ৮৩ বছৰ বয়সত গুৱাহাটীৰ দক্ষিণ শৰণীয়া স্থিত নিজ বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। 

১৯৩৮ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম লাভ কৰা তোষপ্ৰভা কলিতাই শিশু সাহিত্য, কবিতা আৰু অনুবাদ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। “পৃথিৱী আমাৰ ঘৰ”, ” ৰংঘৰ”, ” ফুলনি”, ” ইৰিকতি মিৰিকতি ” আদি তেওঁৰ দ্বাৰা লিখিত শিশু সাহিত্যৰ পুথি। তেখেতৰ শিশু সাহিত্যলৈ এই অৱদানৰ বাবে ২০১৩ চনত শিশু সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। তেখেতে  অনুবাদ কৰা ” তত্ব চান” এখন উৎকৃষ্ট মানৰ শিশু উপন্যাস। 

ইয়াৰ উপৰিও “বিশ্বৰূপা”,”অভিজ্ঞান লিপি” , নিৰ্বাচিত কবিতা” আদি কবিতা পুথি ৰচনা কৰি কবিতাৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ” শৰ্য্যাশায়ী তেখেতৰ একমাত্ৰ উপন্যাস। 

তোষপ্ৰভা কলিতা ডাঙৰীয়ানী “ইলোৰা বিজ্ঞান মঞ্চ”ৰ জন্ম লগ্নৰে পৰা জড়িত হৈ আছে। তেখেতে সাহিত্যিক পেঞ্চনৰ ধনৰাশি ইলোৰা বিজ্ঞান মঞ্চৰ নামত দান দি থৈ যায়।

মৃত্যুৰ সময়ত তেখেতে চকুযুৰি আৰু দেহ জনকল্যাণৰ বাবে দান কৰি থৈ গৈছে। 

 

Previous Post

আলফাৰ নামত ধন দাবী কৰা যুৱকক গ্ৰেপ্তাৰ

Next Post

মহাত্মা গান্ধীৰ দৃষ্টিত নাৰী

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
Next Post
গান্ধী জয়ন্তী উদযাপন

মহাত্মা গান্ধীৰ দৃষ্টিত নাৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7