VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৰম্পৰাগতভাৱে নন্দোৎসৱ পালন বৰপেটা সত্ৰত, বোকা খেলি আনন্দত মতলীয়া শিশু

voicedesk by voicedesk
September 7, 2023
in মুখ্য সংবাদ
পৰম্পৰাগতভাৱে নন্দোৎসৱ পালন বৰপেটা সত্ৰত, বোকা খেলি আনন্দত মতলীয়া শিশু
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

পৰম্পৰাগতভাৱে আজি বৰপেটা সত্ৰত পালন কৰা হ’ল নন্দোৎসৱ  ৷ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছদিনা এই উৎসৱ পালন কৰা হয় ৷ এই উপলক্ষে বৰপেত্ৰা সত্ৰৰ চোতালত  শিশুসকলে বোকা খেল খেলি আনন্দত মতলীয়া হৈ পৰে ৷ তদুপৰি নাম প্ৰসংগৰে মুখৰিত হৈ পৰে বৰপেটা সত্ৰৰ চৌপাশ ৷

 

 

ইপিনে , বৰপেটা সত্ৰত শাস্ত্ৰভিত্তিকভাৱে পালন কৰা হয় এই নন্দোৎসৱ ৷ শ্ৰীকৃষ্ণ জন্মৰ পাছত নন্দ ৰজাই যিদৰে নিজৰ দায়োত্ব পালন কৰিছিল তাক নন্দোৎসৱৰ সময়ত প্ৰতীকি ৰূপত প্ৰদর্শন কৰা হয় ৷ যেনে শ্ৰীকৃষ্ণৰ জন্মৰ পাছত নন্দ ৰজাই মাতি আনিছিল গর্গ ঋষিক ৷ গর্গ ঋষিয়ে শ্ৰীকৃষ্ণৰ গণনা কৰিছিল ৷ সেই একেদৰে নন্দোৎসৱৰ দিনাখনো প্ৰতীকি ৰূপত বৰপেটা সত্ৰলৈ মাতি অনা হয় গর্গ ঋষিক ৷

 

 

এই উপলক্ষে প্ৰদর্শন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মভিত্তিক নাট  জন্মযাত্ৰা  ৷ য’ত শ্ৰীকৃষ্ণৰ জন্মৰ সকলো কাহিনী পৰিৱেশন কৰা হয় ৷ নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰলৈ আজি যথেষ্ট ভক্তৰ আগমণ ঘটে ৷

Previous Post

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

Next Post

বাইডেন, ছুনাক, ট্ৰুডো: জি-২০ৰ সময়ত বিশ্ব নেতাসকল কোন হোটেলত কৰিব নৈশযাপন ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বাইডেন, ছুনাক, ট্ৰুডো: জি-২০ৰ সময়ত বিশ্ব নেতাসকল কোন হোটেলত কৰিব নৈশযাপন ?

বাইডেন, ছুনাক, ট্ৰুডো: জি-২০ৰ সময়ত বিশ্ব নেতাসকল কোন হোটেলত কৰিব নৈশযাপন ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7