VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘নীট’ৰ ফলাফল ঘোষণা : উত্তৰ-পূবৰ ছাত্ৰীৰ শীৰ্ষত ত্রিশিতা কাকতি

voicedesk by voicedesk
June 5, 2024
in মুখ্য সংবাদ
‘নীট’ৰ ফলাফল ঘোষণা :  উত্তৰ-পূবৰ ছাত্ৰীৰ শীৰ্ষত ত্রিশিতা কাকতি
0
SHARES
195
VIEWS
Share on FacebookShare on Twitter

নেচনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা ২০২৪ বর্ষৰ নীট ইউজি পৰীক্ষাৰ ফলাফল মঙলবাৰে ঘোষণা কৰে। যোৱা ৭ মে’ত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল এন টি এব ৱেবছাইট exams.nta.ac.inত উপলব্ধ  হৈছে। এই ফলাফলত ৬৭ পৰীক্ষার্থীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্ববেই লাভ কৰি অভিলেখ সৃষ্টি কৰিছে। এশ শতাংশ নম্বৰ লাভ কৰা এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত চৈধ্যগৰাকী ছাত্রী বুলি প্রকাশ পাইছে।এই পৰীক্ষাত ৭১০ নম্ববেবে উত্তৰ-পূবৰ ছাত্রী পৰীক্ষার্থীৰ ভিতৰত শীর্ষস্থান লাভ কৰে গুৱাহাটীৰ ত্ৰিশিতা কাকতিয়ে ৷

 

 

উল্লেখ্য যে এইবাৰৰ পৰীক্ষাত অমিনা আবিফ কাদিবালাই প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। এইবাৰৰ পৰীক্ষাত মুঠ ৯,৯৬,৩৯৩ ছাত্র আৰু ১৩,৩১,৩২১ ছাত্রীৰ লগতে ১৭ গৰাকী তৃতীয় লিংগৰ পৰীক্ষার্থী অবতীর্ণ হৈছিল। দেশব ৫৫৭ চহৰৰ লগতে বিদেশৰো ১৪ খন চহৰত চলিত বৰ্ষৰ নীট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

 

এইবাৰৰপৰীক্ষাৰ বাবে ২৪ লাখবো অধিক ছাত্র-ছাত্রীয়ে প্র- পত্র পূৰণ কৰিছিল। বিগত বর্ষব তুলনাত এইবাৰ প্ৰ- পত্ৰ পূৰণ কৰা শিক্ষার্থীর সংখ্যা ১৫ শতাংশৰো অধিক আছিল। এই পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত ২০২৪ বর্ষব মেডিকেলৰ স্নাতক মহলাত নামভর্তি প্রক্রিয়া আৰম্ভ হ’ব।  ।

Previous Post

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

Next Post

ৰিয়েল মাদ্রিদত এমবাপে কিমান টকা মাননি পাব? কিমান নম্বৰৰ জার্চিত দেখা যাব বিশ্বকাপ বিজয়ী ফুটবলাৰ গৰাকীক?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰিয়েল মাদ্রিদত এমবাপে কিমান টকা মাননি  পাব? কিমান নম্বৰৰ জার্চিত দেখা যাব বিশ্বকাপ বিজয়ী ফুটবলাৰ গৰাকীক?

ৰিয়েল মাদ্রিদত এমবাপে কিমান টকা মাননি পাব? কিমান নম্বৰৰ জার্চিত দেখা যাব বিশ্বকাপ বিজয়ী ফুটবলাৰ গৰাকীক?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7