VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ট্ৰাম্পে হ’ব ৰিপাব্লিকান পার্টীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী , ঘোষণা হ’ল উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰার্থীও

voicedesk by voicedesk
July 16, 2024
in মুখ্য সংবাদ
ট্ৰাম্পে হ’ব ৰিপাব্লিকান পার্টীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী , ঘোষণা হ’ল উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰার্থীও
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

আগন্তুক নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব ড’নাল্ড ট্ৰাম্প । সোমবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ড’নাল্ড ট্ৰাম্পক আনুষ্ঠানিকভাৱে ৰিপাব্লিকান নেশ্যনেল কনভেনশ্যনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হয়। সহকৰ্মীসকলৰ ভোট লাভ কৰে তেওঁ । কেৱল সেয়াই নহয়, সেই সন্মিলনত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীকো নিৰ্বাচিত কৰা হৈছিল। ৰিপাব্লিকান পাৰ্টিয়ে এই পদৰ বাবে মনোনীত কৰিছে অহাইঅ’ৰ চিনেটৰ জে ডি ভেন্সক। ট্ৰাম্পে নিজেই ভ্যান্সৰ নাম প্ৰস্তাৱ কৰিছিল।

 

৩৯ বছৰীয়া ৰাজনীতিবিদ ভেন্সে ইয়াৰ পূৰ্বেও কেইবাবাৰো শিৰোনাম দখল কৰিছিল। এসময়ত তেওঁক ট্ৰাম্পৰ সমালোচক হিচাপে গণ্য কৰা হৈছিল। আনকি ভ্যান্সে ট্ৰাম্পক ‘আমেৰিকাৰ হিটলাৰ’ বুলিও অভিহিত কৰিছিল। কিন্তু ২০২১ চনৰ পৰা ভ্যান্স আৰু ট্ৰাম্পৰ মাজৰ বৰফ গলিবলৈ ধৰিলে। পেছাত অধিবক্তা ভ্যান্স ২০২৩ চনত অহাইঅ’ৰ পৰা চিনেটৰ হিচাপে নিৰ্বাচিত হয়।

 

ছ’চিয়েল মিডিয়াত এটা প’ষ্টত ট্ৰাম্পে লিখিছে, ‘জেডিয়ে উপ-ৰাষ্ট্ৰপতি হিচাপে আমাৰ সংবিধানৰ বাবে যুঁজ দি থাকিব। আমাৰ সেনাৰ কাষত থিয় হওক। আমেৰিকাক আগুৱাই নিয়াৰ ক্ষেত্ৰত মোৰ কাষত থিয় দিয়ক।”

 

মন কৰিবলগীয়া যে যোৱা শনিবাৰে পেনচিলভেনিয়াত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভাষণ দি থকাৰ সময়তে ট্ৰাম্পক আক্ৰমণ কৰা হৈছিল। টমাছ ক্ৰুকে ট্ৰাম্পৰ মঞ্চৰ পৰা ১৩০ গজ (১১৯ মিটাৰ) দূৰত্বত থকা ওখ ছাদৰ পৰা একাধিক গুলীচালনা কৰে। এটা গুলীয়ে ট্ৰাম্পৰ সোঁকাণত আঘাত কৰে ৷ এই গুলীচালনাত ট্ৰাম্পৰ এজন সমৰ্থক নিহত হয়। পেনচিলভেনিয়াৰ এই ঘটনাই সমগ্ৰ বিশ্বক কঁপাই তোলে ।

Previous Post

নতুন বৈদেশিক সচিব হিচাপে দায়িত্ব গ্ৰহণ বিক্ৰম মিশ্ৰীৰ, তিনি প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সচিব হিচাপেও কৰিছিল কাম

Next Post

আম্বানীৰ বিয়ালৈ ছলমান খানে পিন্ধি অহা ১৩০ টা হীৰাখচিত ঘড়ীৰ দাম কিমান জানেনে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আম্বানীৰ বিয়ালৈ ছলমান খানে পিন্ধি অহা  ১৩০ টা হীৰাখচিত ঘড়ীৰ দাম কিমান জানেনে ?

আম্বানীৰ বিয়ালৈ ছলমান খানে পিন্ধি অহা ১৩০ টা হীৰাখচিত ঘড়ীৰ দাম কিমান জানেনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7