VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাজআকাশতে বিমানৰ দুৱাৰ খুলিবলৈ চেষ্টা যাত্ৰীৰ, বিপদৰ আগজাননীত হাহাকাৰ বিমানযাত্ৰীৰ

voicedesk by voicedesk
March 7, 2023
in মুখ্য সংবাদ
মাজআকাশতে বিমানৰ দুৱাৰ খুলিবলৈ চেষ্টা  যাত্ৰীৰ, বিপদৰ আগজাননীত হাহাকাৰ বিমানযাত্ৰীৰ
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

মাজআকাশতে  এগৰাকী যাত্ৰীয়ে  বিমানৰ জৰুৰীকালীন দুৱাৰ খুলিবলৈ চেষ্টা কৰাক লৈ আমেৰিকাত চাঞ্চল্যে সৃষ্টি হৈছে ৷ । অভিযোগ অনুসৰি, তেওঁ এয়াৰমেনজনকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। বিমানৰ পৰা নমাই  তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়।

 

এই ঘটনা সংঘটিত হৈছে ইউনাইটেড এয়াৰলাইন্সৰ এখন বিমান। লছ এঞ্জেলছৰ পৰা ব’ষ্টনলৈ উৰা মাৰিছিল বিমানখন। তাত আছিল এজন ৩৩ বছৰীয়া যুৱক। তেওঁ মেছাচুচেটছৰ বাসিন্দা। অভিযোগ অনুসৰি হঠাতে তেওঁ জৰুৰীকালীন দুৱাৰখন মাজআকাশতে খুলিবলৈ চেষ্টা কৰিছিল। বষ্টনলৈ যোৱা বিমানখন অৱতৰণ কৰিবলৈ তিতিয়াও ৪৫ মিনিট সময় আছিল। ককপিটত বিমান পৰিচাৰকসকলে জৰুৰীকালীন দুৱাৰ এখন খোলাৰ সতৰ্কবাণী লাভ কৰে।

 

এজন এয়াৰমেনে পৰিস্থিতিৰ বুজ ল’বলৈ দুৱাৰমুখলৈ ওলাই আহি  ইমাৰজেন্সী দুৱাৰখন খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা দেখিবলৈ পায় ৷। আগৰ দৰেই আকৌ দুৱাৰখন বন্ধ কৰি পাইলট আৰু বাকী ক্ৰুসকলক খবৰ দিলে। সেই সময়ত আন কিছুমান যাত্ৰীয়ে কয় যে তেওঁলোকে যুৱকজনক দুৱাৰৰ সন্মুখত ঘূৰি ফুৰা দেখিছিল। তেওঁ এই কাম কৰা বুলি ধাৰণা কৰা হৈছে। তেওঁক সোধা-পোছা কৰাত যুৱকজনে বিমান পৰিচাৰিকাৰ সৈতে কাজিয়াত লিপ্ত হয়।

 

ইয়াৰ মাজতে  এজন এয়াৰমেনক চোকা অস্ত্ৰৰে  যুৱকজনে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । চামুচেৰে তেওঁ এয়াৰমেনজনৰ ডিঙিত তিনিবাৰকৈ আঘাত কৰে। লগে লগে বিমানখনৰ আন যাত্ৰীসকলে যুৱকজনক ধৰি ৰাখে । বষ্টন বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত লগে লগে তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

 

আমেৰিকাৰ আইন অনুসৰি বিমানৰ দুৱাৰ খুলি বিমান পৰিচাৰিকাক আক্ৰমণ কৰাৰ অপৰাধত যুৱকজনক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। জৰিমনাও দিব লাগিব যুৱকজনে।

Previous Post

পাকিস্তানত সেনাৰ কনভয়ত বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ আই ই ডি বিস্ফোৰণ, পাঁচজন জোৱানৰ মৃত্যু

Next Post

ইৰাণৰ বন্দৰৰ মাজেৰে ২০ হাজাৰ টন ঘেঁহু আফগানিস্তানলৈ প্ৰেৰণ কৰিব ভাৰতে , পৰিহাৰ কৰিব পাকিস্তানৰ পথ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ইৰাণৰ বন্দৰৰ মাজেৰে ২০ হাজাৰ টন ঘেঁহু আফগানিস্তানলৈ প্ৰেৰণ কৰিব ভাৰতে , পৰিহাৰ কৰিব পাকিস্তানৰ পথ

ইৰাণৰ বন্দৰৰ মাজেৰে ২০ হাজাৰ টন ঘেঁহু আফগানিস্তানলৈ প্ৰেৰণ কৰিব ভাৰতে , পৰিহাৰ কৰিব পাকিস্তানৰ পথ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7