VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অশান্ত হৈ পৰিছে দক্ষিণ আমেৰিকাৰ দেশ পেৰু, এদিনতে ১৭ জন প্ৰতিবাদকাৰী নিহত

voicedesk by voicedesk
January 11, 2023
in মুখ্য সংবাদ
অশান্ত  হৈ পৰিছে দক্ষিণ আমেৰিকাৰ দেশ পেৰু, এদিনতে ১৭ জন প্ৰতিবাদকাৰী নিহত
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে বিগত এমাহ ধৰি  অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ কিন্তু যোৱা কেইদিনমানৰ পৰা প্ৰতিবাদ অধিক তীব্ৰতৰ হৈছে ৷যোৱা ২৪ ঘন্টাত দেশৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জন লোকৰ মৃত্যু হৈছে। কালি এমাহজোৰা প্ৰতিবাদত সৰ্বাধিক নাগৰিকৰ মৃত্যু হয়। এই পৰ্যন্ত মুঠ ৩৯ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে দুজন কিশোৰ। আৰক্ষীৰ মতে, দেশৰ দক্ষিণ প্ৰান্তৰ পুনো অঞ্চলৰ টিটিকাকা হ্ৰদৰ পাৰৰ এখন চহৰ হুলিয়াকাৰৰ পৰিস্থিতি কালি অগ্নিময় হৈ পৰে। এই সংঘৰ্ষত ৬৮ জন প্ৰতিবাদকাৰী আহত হয়।

 

প্ৰতিবাদকাৰীৰ মূল দাবী হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক শীঘ্ৰে মুকলি কৰি দিয়া। তদুপৰি  দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে সংবিধান সংস্কাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে । যোৱা মাহত পেড্ৰ’ৰ বিৰুদ্ধে অনৈতিকভাৱে কংগ্ৰেছক নিলম্বন কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ ঠাইত এতিয়া দেশৰ ৰাষ্ট্ৰপতিৰ আসনত বহি আছে ডিনা বলুয়াৰটে। কালি ডিনাই স্পষ্ট কৰি দিয়ে যে প্ৰতিবাদকাৰীৰ সকলো দাবী চৰকাৰে মানি লোৱাটো সম্ভৱ নহয়। তেওঁৰ মতে, চৰকাৰে শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। পৰোক্ষভাৱে তেওঁ বুজাই দিলে যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক এতিয়া মুকলি কৰি দিয়া নহ’ব।

Previous Post

মাঘৰ উৰুকা আৰু সোণাৰায় পূজা

Next Post

ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰীৰ আত্মজীৱনী লিখাৰ বাবে কোনে ল’লে ৮ কোটি টকা?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰীৰ আত্মজীৱনী লিখাৰ বাবে  কোনে ল’লে ৮ কোটি টকা?

ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰীৰ আত্মজীৱনী লিখাৰ বাবে কোনে ল’লে ৮ কোটি টকা?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7