VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত দুদিনীয়াকৈ CSS-ATMAৰ উদ্যোগত কৃষক মেলা

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
February 28, 2023
in মুখ্য সংবাদ
নগাঁৱত দুদিনীয়াকৈ CSS-ATMAৰ উদ্যোগত কৃষক মেলা
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (CSS-ATMA)ৰ উদ্যোগত সোমবাৰৰ পৰা নগাঁৱত আয়োজন কৰা হৈছে কৃষক মেলা ৷ নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ আয়োজিত হোবা এই কৃষক মেলাখনিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উদ্বোধনী ভাষণত বিধায়ক ৰূপক শৰ্মাই কৃষক সকলক উদ্দেশ্যি কয় যে কৃষকসকল আমাৰ বাবে দেশৰ ধৰণী স্বৰূপ । কৃষকসকলে আজি আমাক দুবেলা দুমুঠি অন্ন যোগান ধৰাত বিশেষভাবে অৰিহণা আগবঢ়াই আহিছে । কৃষকসকলৰ আয় যাতে বৰ্তমান অধিক বৃদ্ধি হয় ৷ তেওঁলোকে কৰা বিভিন্ন প্ৰকাৰৰ খেতি সমূহৰ বাবে যি কৃষি বীমাকৰণ পদ্ধতি আছে বা চৰকাৰীভাৱে কৃষকসকলে পাব লগীয়া সকলোখিনি চৰকাৰী সুবিধা যাতে লাভ কৰিব পাৰে তাৰ ওপৰত বিধায়ক গৰাকীয়ে আলোকপাত কৰে । আনহাতে,এই অনুষ্ঠানতে আয়োজিত প্ৰদৰ্শনীখনৰ দ্বাৰো মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। জিলা কৃষি বিভাগৰ উদ্যান শস্যৰ সমন্বয়ক পংকজ হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত নগাঁও জিলা কৃষি বিভাগৰ জিলা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ গগৈ, চিলঙনীস্থিত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰা,কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী নিৰঞ্জন ডেকা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুণিমা দেব চৌধুৰী,এপাৰ্টৰ ন’ডেল বিষয়া ভদ্ৰ কুমাৰ বৰা,নগাঁও মহকুমা কৃষি বিষয়া ৰকিবুল ফাৰুকীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক উদ্যমী কৃষক উপস্থিত থাকে ৷ উল্লেখ্য যে বিভিন্ন কৃষি ক্ষেত্ৰত কৃষক সকলক উৎসাহিত কৰাৰ লগতে কৃষকসকলৰ আয় যাতে দুগুণ বৃদ্ধি হয় সেই উদ্দেশ্য আগত ৰাখিয়েই এই কৃষক মেলাখনিৰ আয়োজন কৰা হৈছে ৷

 

Previous Post

মেছিয়ে লাভ কৰিলে ফিফাৰ বর্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

Next Post

আলু ফ্ৰীজত ৰাখি খায় নেকি? কি কি বেমাৰে বাহ ল’ব পাৰে আপোনাৰ শৰীৰত, গৱেষণাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আলু ফ্ৰীজত ৰাখি খায় নেকি? কি কি বেমাৰে বাহ ল’ব পাৰে আপোনাৰ শৰীৰত, গৱেষণাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য

আলু ফ্ৰীজত ৰাখি খায় নেকি? কি কি বেমাৰে বাহ ল’ব পাৰে আপোনাৰ শৰীৰত, গৱেষণাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7