VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফল্গুৎসৱৰ আগে আগে গোৰখপুৰৰ চিৰিয়াখানালৈ যাব অসমৰ গঁড়

voicedesk by voicedesk
March 10, 2022
in মুখ্য সংবাদ
ফল্গুৎসৱৰ আগে আগে গোৰখপুৰৰ চিৰিয়াখানালৈ যাব অসমৰ গঁড়
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূৰ্বাঞ্চল বাসীক এইবাৰ ফল্গুৎসৱত  দিব এক সুন্দৰ উপহাৰ ৷শ্বহীদ অচফাফ উল্লা চিৰিয়াখানালৈ পৰ্যটক সকলক মনোৰঞ্জন দিবৰ বাবে  অসমৰ পৰা নিয়া হ’ব এহাল গঁড় ৷ শুক্ৰবাৰে গঁড়হাল নিবলৈ গুৱহাটীলৈ ৰাওনা হ’ব চিৰিয়াখানাৰ বন্য প্ৰাণী বিশেষজ্ঞ ডাঃ যোগেশ প্ৰতাপ সিং ৷

অসমৰ পৰা গোৰখপুৰলৈ গঁড় কেইটা লৈ যোৱাৰ পিছত উত্তৰ প্ৰদেশৰ চিৰিয়াখানাত মুঠ  গঁড়ৰ সংখ্যা হ’ব ৫টা ৷ বৰ্তমান কানপুৰৰ  চিৰিয়াখানাত আছে  এজনী মাইকী গঁড় মানু আৰু তাইৰ  দুটা পোৱালি পৱন আৰু কৃষ্ণা ৷

জানিব পৰা মতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ যোগে চাৰিটা গঁড় বিচাৰি অনুৰোধ জনাইছিল ৷ এহাল লক্ষ্ণৌ আৰু এহাল  গোৰখপুৰৰ বাবে ৷ কিন্তু বৰ্তমান সময়ত গুৱাহাটী চিৰিয়াখানাই  গোৰখপুৰ চিৰিয়াখানাক এহাল গঁড় হে দিবলৈ মান্তি হয় ৷

দুখন ট্ৰাকত গঁড় হালে ১২৫০কি:মি:ৰ এক সুদীৰ্ঘ যাত্ৰা কৰি ১৯ মাৰ্চত গোৰখপুৰ পাবগৈ ৷প্ৰতি তিনিঘণ্টাৰ যাত্ৰাৰ পিছত জিৰণি দিয়া হ’ব গঁড় হালক ৷ ইতিমধ্যেই অসমৰ  গঁড় হালক আদৰি নিবলৈ সকলো ধৰণেৰে সাজু হৈ উঠিছে তেওঁলোক ৷  আনহাতে স্থলপথেৰে গঁড়হালক নিবৰ বাবে কেন্দ্ৰীয় প্ৰাণী উদ্যান প্ৰাধিকৰণেও  প্ৰদান কৰিছে অনুমতি ৷

এতিয়া অসমৰ দুই গঁড়ক আদৰিবলৈ  আপেক্ষাৰত লক্ষ্ণৌ প্ৰাণী উদ্যান ৷

Previous Post

আপুনি দন্তক্ষয় ৰোগত ভুগিছে নেকি? দাঁত ভাঙি এৰুৱাই আহে যদি প্ৰতিকাৰৰ আছে উপায় – জানো আহকচোন

Next Post

কি পাঁচটা কাৰণত বিজেপিৰ পৰিৱর্তে আপক কংগ্ৰেছৰ বিকল্প হিচাপে বাচি ল’লে পাঞ্জাৱৰ জনসাধাৰণে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কি পাঁচটা কাৰণত বিজেপিৰ পৰিৱর্তে আপক কংগ্ৰেছৰ বিকল্প হিচাপে বাচি ল’লে পাঞ্জাৱৰ জনসাধাৰণে ?

কি পাঁচটা কাৰণত বিজেপিৰ পৰিৱর্তে আপক কংগ্ৰেছৰ বিকল্প হিচাপে বাচি ল’লে পাঞ্জাৱৰ জনসাধাৰণে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7