VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মোদী- ছুনাকৰ বৈঠকৰ কেইমুহুর্তমান পাছতে ব্ৰিটিছ চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত,কিদৰে উপকৃত হ’ব ভাৰতৰ যুৱ প্ৰজন্ম !!

voicedesk by voicedesk
November 16, 2022
in মুখ্য সংবাদ
মোদী- ছুনাকৰ বৈঠকৰ কেইমুহুর্তমান পাছতে ব্ৰিটিছ চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত,কিদৰে উপকৃত হ’ব ভাৰতৰ যুৱ প্ৰজন্ম !!
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

জি-২০ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মাজত হোৱা বৈঠকৰ পাছতে ব্ৰিটিছ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এতিয়াৰে পৰা প্ৰতি বছৰে ব্ৰিটেইনত কাম কৰিবলৈ ভাৰতৰ তিনি হেজাৰ  যুৱ পেছাদাৰীয়ে ভিছা লাভ কৰিব ৷ প্ৰধানমন্ত্ৰী ছুনাকে এি পদক্ষেপত ইতিমধ্যে অনুমোদন প্ৰদান কৰিছে ৷ যোৱা বছৰ চুক্তিবদ্ধ হোৱা ব্ৰিটেইন-ইণ্ডিয়া মাইগ্ৰেচন এণ্ড মবিলিটি পাৰ্টনাৰশ্বিপৰ  ওপৰত আলোকপাত কৰি ভাৰত এনে আঁচনিৰ দ্বাৰা লাভৱান হোৱা প্ৰথমখন  দেশ বুলি উল্লেখ কৰে ব্ৰিটিছ চৰকাৰে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে আজি ব্ৰিটেইন-ভাৰত যুৱ পেছাদাৰী আঁচনি নিশ্চিত কৰা হয় ৷  ইয়াৰ অধীনত ১৮-৩০ বছৰীয়া  শিক্ষিত ভাৰতীয় নাগৰিকক ব্ৰিটেইনলৈ আহি দুবছৰলৈকে থকাৰ লগতে কাম কৰাৰ সুবিধা লাভ কৰিব ৷

ছুনাকে জি-২০ শীৰ্ষ সন্মিলনৰ ১৭ সংখ্যক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ কেইঘণ্টামানৰ পিছতে ব্ৰিটিছ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । যোৱা মাহত ভাৰতীয় মূলৰ প্ৰথমজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে  কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দুই প্ৰধানমন্ত্ৰীৰ মাজত এয়া আছিল  প্ৰথম বৈঠক । একেদৰে ব্ৰিটেইনৰ ১৮-৩০ বছৰীয়া  শিক্ষিত নাগৰিকেও  ভাৰতলৈ আহি দুবছৰ পৰ্যন্ত  থাকিবলৈ আৰু কাম কৰিবলৈ সুবিধা লাভ কৰিব ৷

ব্ৰিটিছ চৰকাৰে  এক বিবৃতিত কয় যে এই আঁচনিখনৰ আৰম্ভণিয়ে দুয়োখন দেশৰ অৰ্থনীতি শক্তিশালী কৰিব ৷ব্ৰিটেইনৰ সকলো আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰায় এক চতুৰ্থাংশ ভাৰতৰ ৷ তদুপৰি  ব্ৰিটেইনত ভাৰতীয় লোকসকলৰ  বিনিয়োগে সমগ্ৰ ব্ৰিটেইনতে ৯৫,০০০ চাকৰি সৃষ্টি কৰিছে ৷

 

Previous Post

পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নির্বাচনত প্ৰতিদ্বন্দিতা কৰিব ডোনাল্ড ট্ৰাম্পে

Next Post

গুজৰাটত আপৰ প্ৰার্থীক অপহৰণ কৰিলে বিজেপিয়ে ! মণীষ চিছোডিয়াৰ অভিযোগত উত্তাল গুজৰাট

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গুজৰাটত আপৰ প্ৰার্থীক অপহৰণ কৰিলে বিজেপিয়ে ! মণীষ চিছোডিয়াৰ অভিযোগত উত্তাল গুজৰাট

গুজৰাটত আপৰ প্ৰার্থীক অপহৰণ কৰিলে বিজেপিয়ে ! মণীষ চিছোডিয়াৰ অভিযোগত উত্তাল গুজৰাট

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7