VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জেলেনস্কিক হত্যা কৰিলেও চলি থাকিবনে ইউক্ৰেইনৰ চৰকাৰ!! কোনে কৰিছে বিকল্প পৰিকল্পনা ?

voicedesk by voicedesk
March 7, 2022
in মুখ্য সংবাদ
জেলেনস্কিক হত্যা কৰিলেও চলি থাকিবনে ইউক্ৰেইনৰ চৰকাৰ!! কোনে কৰিছে বিকল্প পৰিকল্পনা ?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণে ১২ দিন অতিক্ৰম কৰাৰ পাছত দেশখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ৷ ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণৰ পাছতো দেশ এৰি পলায়ন কৰা নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিয়ে ৷ কিন্তু ৰাছিয়াৰ আক্ৰমণত ৰাষ্ট্ৰপতি গৰাকী নিহত হ’লে কি হ’ব দেশখনৰ ? এয়া হয়তো সকলোৰে মনত উত্থাপিত হোৱা প্ৰশ্ন ৷ জেলেনেস্কিৰ অবিহনে কোনে নেতৃত্ব দিব দেশখনক ? নে ৰাচিয়াৰ দখললৈ যাব ইউক্ৰেইন ? এনে প্ৰশ্নসমূহ উত্থাপিত হোৱাৰ সময়তে  আন এক দাবী উত্থাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ৷

তেওঁ দাবী কৰা অনুসৰি ৰাছিয়াৰ দ্বাৰা ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিক হত্যা কৰিলেও চৰকাৰৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে ইউক্ৰেনীয়ান সকলৰ  হাতত আছে বিকল্প পৰিকল্পনা ৷ সংবাদ মাধ্যমৰ সন্মুখত  ব্লিঙ্কেনে কয় যে তেওঁ এদিন আগতে ইউক্ৰেইনত আছিল আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাক  সাক্ষাৎ কৰিছিল। বিতংভাৱে এই তথ্য সদৰী  নকৰাকৈ  তেওঁ কয় যে চৰকাৰৰ ধাৰাবাহিকতাৰ বাবে তেওঁলোকৰ পৰিকল্পনা আছে। এই সাক্ষাৎকাৰতে  ব্লিঙ্কেনে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু তেওঁৰ  চৰকাৰে দেখুওৱা নেতৃত্বৰ প্ৰশংসা কৰে। উল্লেখ্য যে ৰাষ্ট্ৰপতি জেলেনস্কিক ১২ দিন ধৰি  ৰাছিয়াই চলোৱা  আক্ৰমণৰ সময়ত কমেও তিনিবাৰ হত্যাৰ প্ৰচেষ্টাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হত্যা কৰিবলৈ দুটা পৃথক গোট ৱাগনাৰ গোট আৰু চেচেন বিদ্ৰোহীক ৰাছিয়াই প্ৰেৰণ কৰিছে ।

 

 

Previous Post

চুমি-খাৰকিভ-কিয়েভ-মাৰিঅ’প’লত আৱদ্ধ শিক্ষার্থীৰ বাবে সুখবৰ , ৰাছিয়াই ঘোষণা কৰিলে যুদ্ধবিৰতি, ওলাই অহাৰ পথ নির্ধাৰণ

Next Post

স্কুল বাছ সমূহৰ ক্ষেত্ৰত ১৫ মাৰ্চৰ পৰা অধিক কঠোৰ হ’ব জিলা পৰিবহন বিভাগ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
স্কুল বাছ সমূহৰ ক্ষেত্ৰত ১৫ মাৰ্চৰ পৰা অধিক কঠোৰ হ’ব জিলা পৰিবহন বিভাগ

স্কুল বাছ সমূহৰ ক্ষেত্ৰত ১৫ মাৰ্চৰ পৰা অধিক কঠোৰ হ’ব জিলা পৰিবহন বিভাগ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7