১৭৫৮চনৰ ১৬অক্টোবৰ তাৰিখে জন্মলাভ কৰা আমেৰিকাৰ অভিধানৰ জন্মদাতা ‘ন’ৱেবষ্টাৰ’ক সন্মান প্রদর্শন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিবছৰে এই দিনটো ৰাষ্ট্ৰীয় অভিধান দিৱস হিচাপে পালন কৰা হয়।
অভিধানে ছাত্র ছাত্ৰীক নতুন কৈ শিকাৰ ক্ষেত্ৰত বহুখিনি অৰিহণা যোগায় আৰু আগুৱাই যাবলৈ সহায় কৰে।
নতুন প্ৰজন্মৰ বাবে ন’ৱেবষ্টাৰ’ৰ এই মহান অৱদান সমগ্ৰ আমেৰিকা বাসীৰ বাবেই যে আশীৰ্বাদ স্বৰূপ।