VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱতৰণৰ পূর্বে লেজাৰ ৰশ্মিৰে মসৃণ ভুমি বিচাৰিব লেণ্ডাৰ বিক্ৰমে , আটাইতকৈ কঠিন অৱতৰণৰ ১৫ মিনিটত কিদৰে নিয়ন্ত্ৰিত হ’ব চন্দ্ৰযান !!

voicedesk by voicedesk
August 23, 2023
in মুখ্য সংবাদ
চন্দ্ৰত উপনীত হ’বলৈ বাকী মাত্ৰ ১৭৭ কিলোমিটাৰ ,চন্দ্ৰযান-৩য়ে সোমবাৰে সলনি কৰিলে আন এক কক্ষপথ
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান-৩ লেণ্ডাৰ বিক্ৰম বুধবাৰে চন্দ্ৰৰ মাটিত অৱতৰণ কৰিব ৷  ইয়াৰ জৰিয়তে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰিৱেশৰ অধ্যয়ন চলাব ৷

ইতিমধ্যে ইছৰোৱে ঘোষণা কৰিছে যে বুধবাৰে সন্ধিয়া ৬:০৪ বজাত বিক্ৰম চন্দ্ৰত অৱতৰণ কৰিব। মঙলবাৰে তেওঁলোকে টুইট কৰি কয় যে এতিয়ালৈকে সকলো পৰিকল্পনা অনুসৰি চলি আছে। বিক্ৰমৰ গতিবিধি অবিৰতভাৱে নিৰীক্ষণ কৰা হৈছে। বিক্ৰম সময়মতে অৱতৰণ কৰিবলৈ গৈ আছে বুলি আশাবাদী ইছৰো।

 

ইতিমধ্যে মূল মহাকাশযানৰ পৰা বিচ্ছিন্ন হৈছে লেণ্ডাৰ বিক্ৰম। বৰ্তমান ই চন্দ্ৰপৃষ্ঠৰ পৰা ২৫ কিলোমিটাৰ ওপৰেৰে উৰি আছে। বুধবাৰে পৰ্যায়ক্ৰমে হ্ৰাস পাব লেণ্ডাৰৰ উচ্চতা। ইয়াৰ লগত থকা ভাৰসাম্য অনুসৰি বিক্ৰমৰ গতি কমি যাব। বিক্ৰমৰ বৰ্তমানৰ স্থানৰ পৰা চন্দ্ৰত উপস্থিত হ’বলৈ ১৫ মিনিট সময় লাগিব।

 

  • প্ৰথম পৰ্যায়ত বিক্ৰমক ৭.৪ কিলোমিটাৰ উচ্চতালৈ নমাই অনা হ’ব। এই সময়ত লেণ্ডাৰৰ গতি হ’ব প্ৰতি ছেকেণ্ডত ৩৫৮ মিটাৰ। পৰৱৰ্তী গন্তব্যস্থান চন্দ্ৰৰ পৰা ৬.৮ কিলোমিটাৰ ওপৰত। এই পদক্ষেপত বিক্ৰমৰ গতি আৰু অধিক হ্ৰাস কৰা হ’ব। তেতিয়া ইয়াৰ গতি হ’ব প্ৰতি ছেকেণ্ডত ৩৩৬ মিটাৰ।

 

  • ইয়াৰ পিছত চন্দ্ৰৰ পৰা বিক্ৰমৰ উচ্চতা ৮০০ মিটাৰ হ্ৰাস পাব। তেতিয়া ইয়াৰ গতি আৰু অলপ কমি যাব। এই পৰ্যায়ত লেণ্ডাৰখনে লেজাৰ ৰশ্মি ব্যৱহাৰ কৰিব। বিক্ৰমে চেন্সৰৰ জৰিয়তে চন্দ্ৰৰ মাটিত লেজাৰ ৰশ্মি প্ৰেৰণ কৰি অৱতৰণৰ বাবে উপযুক্ত ভূমি বিচাৰিব। ইয়াৰ পিছত ক্ৰমান্বয়ে উচ্চতা কমি যাব। ৮০০ মিটাৰ উচ্চতাৰ পৰা ১৫০ মিটাৰ উচ্চতালৈ নামি অহাৰ পথত বিক্ৰমৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৬০ মিটাৰ হ’ব। ইয়াৰ পিছত ১৫০ মিটাৰৰ পৰা ৬০ মিটাৰলৈ নামি অহাৰ সময়ত এই গতি প্ৰতি ছেকেণ্ডত ৪০ মিটাৰ হ’ব। ৬০ মিটাৰৰ পৰা ১০ মিটাৰলৈ নামি গ’লে বিক্ৰমৰ বেগ প্ৰতি ছেকেণ্ডত ১০ মিটাৰ হ’ব। ইয়াৰ পিছত লেণ্ডাৰখনে চন্দ্ৰত কোমল অৱতৰণ কৰিব। শেষ মুহূৰ্তত ইয়াৰ বেগ হ’ব ১.৬৮ মিটাৰ প্ৰতি ছেকেণ্ড।

 

অৱতৰণৰ এই শেষ পৰ্যায়টোৱেই আটাইতকৈ কঠিন আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। চাৰি বছৰ আগতে ভাৰতৰ চন্দ্ৰ স্পৰ্শৰ সপোন ইয়াতেই ৰৈ গৈছিল ৷ চন্দ্ৰযান-২ বিফল হৈছিল । এইবাৰ অৱশ্যে সকলো সম্ভাৱনাকে মনত ৰাখি আগতীয়াকৈ প্ৰস্তুতি চলাইছে ইছৰ’ই। বিক্ৰমত বিশেষ চেন্সৰ স্থাপন কৰা হৈছে। ইছৰোৰ দাবী, চেন্সৰবোৰে কাম কৰা বন্ধ কৰিলেও বিক্ৰম চন্দ্ৰত অৱতৰণ কৰিব। লেণ্ডাৰখনৰ ডিজাইন এনেকৈয়ে কৰা হৈছে।

Previous Post

গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ তেজপুৰ মণ্ডলৰ নাট প্ৰতিযোগিতাৰ সামৰণি

Next Post

প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা চাব চন্দ্ৰযান অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা চাব চন্দ্ৰযান অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ

প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা চাব চন্দ্ৰযান অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7