VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱসৰকালীন গাঁৱত গঢ়িব পৰিয়াল, বিবাহত বহিল ৮০ বছৰ উর্ধৰ প্ৰেমিক -প্ৰেমিকা

voicedesk by voicedesk
August 19, 2023
in মুখ্য সংবাদ
অৱসৰকালীন গাঁৱত গঢ়িব পৰিয়াল, বিবাহত বহিল ৮০ বছৰ উর্ধৰ প্ৰেমিক -প্ৰেমিকা
0
SHARES
48
VIEWS
Share on FacebookShare on Twitter

কোৱা হয় প্ৰেম অন্ধ ৷ প্ৰেমে নামানে বয়স ৷ শেহতীয়াকৈ সেয়া পুনৰ প্ৰমাণ কৰিলে এহাল ব্ৰিটিছ দম্পতীয়ে ৷  ৮২ বছৰ এজন বৃদ্ধ বিয়াত বহিল ৮১ বছৰীয়া কইনাৰ সৈতে ৷   ক্রিষ্টোফাৰ ষ্ট্ৰীট আৰু স্বামীহাৰা ৰোজা ষ্ট্ৰীট এখন কেফেত লগ হৈছিল৷ ১৮ মাহৰ আগতে তেওঁলোকে   কফি খাই সিদ্ধান্ত লৈছিল যে একেলগে থাকিব বিচাৰে। বিয়াৰ পিছত তেওঁলোকে চেণ্ট মণিকা কোটা নামৰ অৱসৰকালীন গাঁওখনলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়।

 

এক সাক্ষাৎকাৰত প্ৰাক্তন নাৰ্ছ ৰোজা ষ্ট্ৰীটে কয়, “প্ৰথমবাৰৰ বাবে তেওঁক হালধীয়া মোজা পিন্ধি মোৰ ওচৰতে বহি থকা দেখিছিলো।  ইয়াৰ পিছত তেওঁ মোৰ কাষতে অতি হাঁহিমুখীয়া মুখ এখন লৈ বহিল। আমি কথা পাতিবলৈ ধৰিলোঁ।“ লাহে লাহে তেওঁলোকে উপলব্ধি কৰে যে দুয়োৰে মাজত বহুতো সাদৃশ্য আছে, যিবোৰ সততে দেখা নাযায়। প্ৰিয় গীত, প্ৰিয় কবিতা, ইতিহাসৰ পৰা আৰম্ভ কৰি শিল্পৰ বিভিন্ন মাধ্যমৰ বিষয়ে আলোচনা চলি থাকিল তেওঁলোকৰ মাজত ।

 

কাকতলীয়াকৈ ক’বলৈ গ’লে ক্রিষ্টোফাৰ আৰু ৰোজাই আৱিষ্কাৰ কৰে যে তেওঁলোকৰ বৰ্তমানৰ ঠিকনাবোৰৰ মাজত মাত্ৰ ৪০ মাইল দূৰত্বত। ইয়াৰ পিছত দুয়োজনে ইটালীত অকলে কিছু সময় কটাবলৈ সিদ্ধান্ত ল’লে। তাত ভ্ৰমণ কৰি থাকোঁতে তেওঁলোকৰ মনলৈ আহিল বিয়াৰ পৰিকল্পনা। ক্রিষ্টোফাৰে সংবাদ মাধ্যমক কয় যে, “মই এটা আঁঠু লৈ প্রস্তাৱ দিয়াৰ পৰম্পৰাগত পদ্ধতিটো অনুসৰণ  কৰা নাছিলো৷ কাৰণ আঁঠু লৈ ভৰিৰ ওপৰত থিয় হ’ব পাৰিম নেকি সেই বিষয়ে মোৰ যথেষ্ট সন্দেহ আছিল। “ এদিন এনেকৈয়ে বিবাহৰ প্ৰস্তাৱ দিলে ক্ৰিষ্টোফাৰে  আৰু ৰোজায়ো সন্মতি জনালে ৷

Previous Post

উত্তৰপ্ৰদেশত ৰচা হৈছিল সিদ্ধু মুছ ৱালা হত্যাৰ পৰিকল্পনা, পাকিস্তানৰ পৰা আমদানি কৰা হৈছিল আমদানি

Next Post

এছিয়া কাপৰ প্ৰথমখন খেল চাবলৈ পাকিস্তানলৈ নিমন্ত্ৰণ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ , গ্ৰহণ কৰিবনে নিমন্ত্ৰণ ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এছিয়া কাপৰ প্ৰথমখন খেল চাবলৈ পাকিস্তানলৈ নিমন্ত্ৰণ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ , গ্ৰহণ কৰিবনে নিমন্ত্ৰণ ?

এছিয়া কাপৰ প্ৰথমখন খেল চাবলৈ পাকিস্তানলৈ নিমন্ত্ৰণ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ , গ্ৰহণ কৰিবনে নিমন্ত্ৰণ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7