VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১০০ টকাত কোনে পালে ৭৬ লাখ টকীয়া গাড়ী? হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা

voicedesk by voicedesk
December 11, 2023
in মুখ্য সংবাদ
১০০ টকাত কোনে পালে ৭৬ লাখ টকীয়া গাড়ী?  হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা
0
SHARES
4.1k
VIEWS
Share on FacebookShare on Twitter

ঘোষণা হ’ল বহু প্ৰতিক্ষীত হাউলী ৰাসোৎসৱৰ উপহাৰ কুপন খেলৰ ফলাফল। ৯৬ সংখ্যক হাউলী ৰাস উদযাপন সমিতিয়ে ‘বহুমুখী সাংস্কৃতিক প্ৰকল্প, ‘ নিৰ্মাণৰ সাহাৰ্যৰ্থে অনুষ্ঠিত কৰি আহিছে এই উপহাৰ খেল ৷  সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে জনপ্ৰিয় হৈ পৰিছে উপহাৰ কুপনখেলখন। বিশেষকৈ ইয়াৰ বিলাসী গাড়ীৰ উপহাৰসমূহৰ বাবে এই খেলখন সকলোৰে মাজত জনপ্ৰিয় ৷

 

 

হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলৰ প্ৰথম পুৰষ্কাৰ বিলাসী ৰেঞ্জ ৰ’ভাৰ  বাহন আছিল। ১০০ টকাত ৭৬ লাখ টকীয়া বিলাসী বাহনৰ গৰাকী হ’ল বৰপেটাৰ কালঝাৰৰ ইনজামামুল হক। তেওঁ পেচাত এজন ট্ৰেক্টৰ চালক। মাত্ৰ ১০০ টাকত সলনি হ’ল ট্ৰেক্টৰ চালক ইনজামামুলৰ ভাগ্য।

 

দেওবাৰে সন্ধিয়া ঘোষণা কৰা অনুসৰি  প্ৰথম পুৰস্কাৰ লাভ কৰিছে ৪৭৮৬৫৯ লটাৰী নম্বৰটোৱে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ১৭৬৩৫৭ নম্বৰটোৱে। তৃতীয় পুৰস্কাৰ লাভ কৰিছে ২০৯৭৪৯ নম্বৰে।

 

 

সেইদৰে চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে ১৮০০৪৪ নম্বৰে। পঞ্চম পুৰস্কাৰ লাভ কৰিছে ১৯৩২৮৬ নম্বৰে। ষষ্ঠ পুৰস্কাৰ লাভ কৰিছে ২০৩৬৬৬৫ নম্বৰে। সপ্তম পুৰস্কাৰ লাভ কৰিছে ৩০১৯৬৩ নম্বৰে। অষ্টম পুৰস্কাৰ লাভ কৰিছে ১৩৫৫৩৬ নম্বৰে। নৱম পুৰস্কাৰ লাভ কৰিছে ১৩২১৬০ নম্বৰে আৰু দশম পুৰস্কাৰ লাভ কৰিছে ১৫৭৪৮৬ নম্বৰে।

 

 

Previous Post

নগাঁৱত পদ্মশ্ৰী যাদৱ পায়েঙক “ছহিদ কৰম সিং জনমভূমি বঁটা” প্ৰদান,নন্দ সিং বৰকলাৰ “হাদিৰাচকী” উন্মোচন

Next Post

সুৰনন্দন ভাৰতীৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীৰ কৃতিত্ব, অধ্যক্ষলৈ “নন্দন সৰস্বতী” সন্মান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সুৰনন্দন ভাৰতীৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীৰ কৃতিত্ব, অধ্যক্ষলৈ “নন্দন সৰস্বতী” সন্মান

সুৰনন্দন ভাৰতীৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীৰ কৃতিত্ব, অধ্যক্ষলৈ "নন্দন সৰস্বতী" সন্মান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7