VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মোদীলৈ জেলেনস্কিৰ চিঠি, দিল্লীৰ পৰা সহায় বিচাৰি দিল্লীত দেশখনৰ উপ বিদেশ মন্ত্ৰী

voicedesk by voicedesk
April 13, 2023
in মুখ্য সংবাদ
মোদীলৈ জেলেনস্কিৰ চিঠি, দিল্লীৰ পৰা সহায় বিচাৰি  দিল্লীত দেশখনৰ উপ বিদেশ মন্ত্ৰী
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে ভাৰতৰ সমৰ্থন বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিপ্ৰেৰণ কৰিছে । ভাৰত ভ্ৰমণলৈ অহা ইউক্ৰেইনৰ মন্ত্ৰী ইমিন জাপাৰোভাই উপ-বিদেশ মন্ত্ৰী মীনাক্ষী লেখীক এই পত্ৰ প্ৰদান কৰে। ইমিনে কয় যে জেলেনস্কি ভাৰতত জি-২০ সন্মিলনত ভাষণ দিবলৈ আগ্ৰহী। উল্লেখযোগ্য যে বালিত অনুষ্ঠিত জি-২০ সন্মিলনত তেওঁ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিছিল।

 

তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ছোৱাত নিজেই জাপাৰোভাই ভাৰতক ৰাছিয়া-ইউক্ৰেইন যুদ্ধত তেওঁলোকৰ কাষত থিয় দিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে। তেওঁ কয়, “এই যুদ্ধত ৰাছিয়াৰ কাষত থিয় দিয়াৰ অৰ্থ হ’ল –“ অন্যায়ৰ সমৰ্থক হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰা ৷” যুদ্ধবিধ্বস্ত দেশখনক ভাৰতে সহায়ৰ প্ৰতিশ্ৰুতি দিছে বুলি জনা যায়। দিল্লীয়ে শীঘ্ৰে কিয়েভলৈ স্কুল বাছ আৰু অন্যান্য সাহায্য প্ৰেৰণ কৰিব।

 

যোৱা কেইদিনমানত জাপাৰোভাই কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল। পিছত তেওঁ টুইট কৰি কয়, “মীনাক্ষী লেখিৰ সৈতে সাক্ষাৎ  ফলপ্ৰসূ হৈছে। ইউক্ৰেইনত চলি থকা অন্যায় আগ্ৰাসনৰ বিষয়ে মই মন্ত্ৰীগৰাকীক অৱগত কৰিছো।বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ কথা চৰ্চা হৈছিল।“

 

আগন্তুক জি-২০ সন্মিলনৰ অধ্যক্ষ হৈছে ভাৰত। সেই প্ৰেক্ষাপটত জাপাৰোভাই কয় যে ভাৰতে বিশ্বৰ নেতা আৰু জি-২০ৰ ৰাষ্ট্ৰপতি হিচাপে বিশ্বলৈ শান্তি অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মহাত্মা গান্ধীৰ উদ্ধৃতি দি তেওঁ হিংসাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনায়। তেওঁ কয়, ইউক্ৰেইনৰ লগত ভাৰতৰ বহু মিল আছে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট সম্ভাৱনা আছে।

 

Previous Post

উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আছাদ এনকাউণ্টাৰত নিহত

Next Post

ৰুদ্ধশ্বাস জয়ৰ পাছতো ১২ লাখ টকাৰ জৰিমনা সঞ্জু ছেমছনক ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰুদ্ধশ্বাস জয়ৰ পাছতো ১২ লাখ টকাৰ জৰিমনা সঞ্জু ছেমছনক ?

ৰুদ্ধশ্বাস জয়ৰ পাছতো ১২ লাখ টকাৰ জৰিমনা সঞ্জু ছেমছনক ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7