VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আবদ্ধ হ’ব জেনিফাৰ ল’পেজ

voicedesk by voicedesk
November 29, 2021
in ভিডিঅ’
পুনৰ চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আবদ্ধ হ’ব জেনিফাৰ ল’পেজ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ এক জনপ্ৰিয় নাম জেনিফাৰ ল’পেজ। গায়িকা অভিনেত্ৰী গৰাকীৰ নাম পুনৰ চৰ্চালৈ আহিছে। জেনিফাৰে পুনৰ বিবাহ পাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰে। চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আবদ্ধ হ’বলৈ আগবঢ়া ৫২ বছৰ বয়সীয়া জেনিফাৰ ল’পেজৰ সিদ্ধান্তই কৌতুহলৰ সৃষ্টি কৰিছে।

বেটমেন খ্যাত ৪৯ বছৰীয়া জেন এফ্লেক্সৰ সৈতে জেনিফাৰ ল’পেজ বিবাহত বহিব। উল্লেখযোগ্য যে ২০০২ চনত জেন আৰু জেনিফাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁলোকে বিবাহ পাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছিল যদিও পিছত এই সিদ্ধান্ত সলনি কৰে। জেন এলেক্সে ২০০৫ চনত জেনিফাৰ গাৰ্ণেক বিয়া কৰায়। অৱশ্যে ২০১৮ চনত বিচ্ছেদ ঘটে।

এতিয়া পুনৰ দুয়ো বিবাহ পাশত আবদ্ধ হ’বলৈ ওলোৱাৰ বিষয়টো চৰ্চালৈ আহিছে। তেওঁৰ বিবাহ সন্দৰ্ভত জেনিফাৰ ল’পেজে কয় যে তিনিওখন বিবাহ তেওঁ মনঃপুত নহ’ল। শেষৰখন বিবাহ সুখৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Previous Post

এজনী নষ্ট ছোৱালীৰ কথাৰে – আবিৰ

Next Post

সর্বদলীয় বৈঠকত ‘কা’ বাতিল কৰিবলৈ দাবী জনালে আগাথা চাংমাই

Related Posts

No Content Available
Next Post
সর্বদলীয় বৈঠকত ‘কা’ বাতিল কৰিবলৈ দাবী জনালে আগাথা চাংমাই

সর্বদলীয় বৈঠকত ‘কা’ বাতিল কৰিবলৈ দাবী জনালে আগাথা চাংমাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7