VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 10, 2023
in বতৰ
ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

আনকি ছেপ্টেম্বৰ মাহতো ৰাজস্থানত উষ্ণতা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। বৰঞ্চ তাপমাত্ৰাই  ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে । গৰমে একপ্ৰকাৰ ৰেকর্ড কৰিছে ৰাজস্থানত ৷

ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি শনিবাৰে জয়ছালমেৰৰ উষ্ণতাই যোৱা ৭৪ বছৰৰ অভিলেখ ভংগ কৰে। ১৯৪৯ চনৰ ১০ ছেপ্টেম্বৰত জয়ছালমেৰত সৰ্বোচ্চ উষ্ণতা ৪৩.৩ ডিগ্ৰী চেলছিয়াছ আছিল । ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত সেই  অভিলেখ ভংগ কৰি তাপমাত্ৰাই ৪৩.৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে । মৰুভূমিৰ কাষৰীয়া অঞ্চলত গ্ৰীষ্মপ্ৰৱাহে পৰিস্থিতি শোচনীয় কৰি তুলিছে ৷

 

জয়ছালমেৰৰ পিছত বাৰ্মেৰত তাপমাত্ৰাই নতুন অভিলেখ ৰচনা কৰিছিল । শনিবাৰে এই জিলাখনৰ সৰ্বোচ্চ তাপমাত্ৰা  ৪০.৩ ডিগ্ৰী চেলছিয়াছ। সেইদিনা বিকানেৰত তাপমাত্ৰা আছিল ৪০ ডিগ্ৰী। যোধপুৰত ৩৯.৫, জালৌৰত ৩৮.৭ আৰু গংগানগৰত ৩৮.৫ তাপমাত্ৰা ৰেকর্ড হয় । যদিও ৰাজধানী জয়পুৰৰ তাপমাত্ৰাই ৪০ ডিগ্ৰী স্পর্শ কৰা নাছিল ৷ শনিবাৰে জয়পুৰত সৰ্বোচ্চ উষ্ণতা ৩২ ডিগ্ৰী চেলছিয়াছ।

 

বতৰ বিভাগে জনোৱা মতে, আগন্তুক ২৪ ঘন্টালৈকে এই পৰিস্থিতি অব্যাহত থাকিব। অৱশ্যে ১৩-১৪ ছেপ্টেম্বৰত পূব ৰাজস্থানৰ কেইবাটাও স্থানত পুনৰ সক্ৰিয় হ’ব পাৰে মৌচুমী। ফলত সেই সময়ত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে

 

আনহাতে জয়ছালমেৰ, যোধপুৰ বা বিকানেৰৰ দৰে জিলাত গৰমে দহি নিয়াৰ বিপৰীতে বিপৰীতে শনিবাৰে কোটা, ভাৰতপুৰ, উদয়পুৰ আৰু আজমেৰত পাতল বৰষুণ হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বাৰিষাৰ সময়ত প্ৰয়োজনীয় পৰিমাণতকৈ ৫ শতাংশ বেছি বৰষুণ হৈছিল। জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ সাধাৰণ বৰষুণ ৩৯৮.৪ মিলিমিটাৰ। কিন্তু এইবাৰ এই সময়ছোৱাত  বৰষুণৰ পৰিমাণ আছিল ৪১৯.৬ মিলিমিটাৰ। পূব ৰাজস্থানৰ ২৩খন জিলাত পুনৰ স্বাভাৱিকতকৈ ১২ শতাংশ অধিক বৰষুণ হয়। আনহাতে, পশ্চিম ৰাজস্থানৰ ১০খন জিলাত স্বাভাৱিকতকৈ ৩৬ শতাংশ অধিক বৰষুণ হয়।

Previous Post

পত্নীসহ দিল্লীৰ অক্ষৰধাম মন্দিৰতপূজা-অর্চনা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

Next Post

দিল্লীত বৰষুণ, জলমগ্ন হৈ পৰিল জি-২০ সভাৰ স্থান ভাৰত মণ্ডপাম, সৰৱ কংগ্ৰেছ

Related Posts

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী
বতৰ

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী

March 25, 2023
শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক
অভিমত

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক

February 2, 2023
ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে  বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ
বতৰ

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

November 7, 2022
ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ  সতৰ্কবাণী
বতৰ

ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

July 21, 2022
আজি পুৱা মিজোৰামত  ৪.৩ প্ৰাবল্যৰ ভূমিকম্প
বতৰ

আজি পুৱা মিজোৰামত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প

July 20, 2022
তীব্ৰ গতিত বৃদ্ধি হৈছে গুৱাহাটী মহানগৰীৰ  তাপমাত্ৰা
বতৰ

তীব্ৰ গতিত বৃদ্ধি হৈছে গুৱাহাটী মহানগৰীৰ তাপমাত্ৰা

July 13, 2022
Next Post
দিল্লীত বৰষুণ, জলমগ্ন হৈ পৰিল জি-২০ সভাৰ স্থান ভাৰত মণ্ডপাম, সৰৱ কংগ্ৰেছ

দিল্লীত বৰষুণ, জলমগ্ন হৈ পৰিল জি-২০ সভাৰ স্থান ভাৰত মণ্ডপাম, সৰৱ কংগ্ৰেছ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7