VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

শুকুৰবাৰলৈকে তুষাৰপাত আৰু বৰষুণৰ বাবে বন্ধ থাকিব পাৰে  জম্মু-কাশ্মীৰৰ  শ্ৰীনগৰ-লেহ ঘাইপথ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 7, 2022
in বতৰ
ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে  বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে শ্ৰীনগৰ-লেহ ঘাইপথ বন্ধ কৰিবলগীয়া হোৱাৰ বিপৰীতে  শিলাবৃষ্টিৰ  ফলত যাতায়ত ব্যাহত হৈ পৰিছে শ্ৰীনগৰ-জম্মু পথত। অহা শুকুৰবাৰলৈকে তুষাৰপাত আৰু বৰষুণৰ বাবে বন্ধ থাকিব পাৰে  জম্মু-কাশ্মীৰৰ   শ্ৰীনগৰ-লেহ ঘাইপথ ৷

শুকুৰবাৰলৈকে জম্মু-কাশ্মীৰত বৰফ পৰাৰ লগতে বৰষুণ হৈ থাকিব বুলি  আশংকা কৰা হৈছে।উল্লেখযোগ্য যে  কুপৱাৰাৰ গুলমাৰ্গ আৰু মাচিলৰ স্কি ৰিজৰ্টত গোটেই নিশা বৰফ পৰাৰ বিপৰীতে  কাশ্মীৰত গোটেই নিশা বৰষুণ দিয়া বুলি জানিব পৰা গৈছে ।

বতৰ বিজ্ঞানী সোণম লোটাছে জনাইছে যে অনাগত সময়ছোৱাত অঞ্চলটোত  অধিক বৰষুণৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে সোমবাৰে কোনো ডাঙৰ পৰিৱৰ্তন হোৱাৰ আশা কৰা হোৱা নাই যদিও  মঙলবাৰে  বতৰ কিছু ডাৱৰীয়া হ’ব আৰু উচ্চ প্ৰান্তত লঘু বৰফ পৰাৰ সম্ভাৱনা আছে। কিন্তু ৯ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ  চহৰখনৰ উচ্চ প্ৰান্তত ব্যাপক বৰষুণ আৰু বৰফ পৰাৰ সম্ভাৱনা আছে ৷আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১১ নৱেম্বৰৰ পৰা বতৰ উন্নত হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰিছে ৷

এই সময়ছোৱাত  যাত্ৰীসকলক পৰ্যাপ্ত খাদ্য সামগ্ৰী, গৰম জোতা, কাপোৰ আদি কঢ়িয়াই নিবলৈ পৰামৰ্শ দিয়া হৈছে ।

Previous Post

ধর্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্ৰীলংকাৰ ক্ৰিকেটাৰৰ আঁতৰা নাই বিপদ, সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা থাকিব লাগিব আঁতৰি

Next Post

পুনেৰ এখন বিশেষ চিকিৎসালয় য’ত কন্যা সন্তান জন্ম হ’লে চিকিৎসকে নলয় মাচুল

Related Posts

ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই
বতৰ

ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই

September 10, 2023
গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী
বতৰ

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী

March 25, 2023
শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক
অভিমত

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক

February 2, 2023
ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ  সতৰ্কবাণী
বতৰ

ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

July 21, 2022
আজি পুৱা মিজোৰামত  ৪.৩ প্ৰাবল্যৰ ভূমিকম্প
বতৰ

আজি পুৱা মিজোৰামত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প

July 20, 2022
তীব্ৰ গতিত বৃদ্ধি হৈছে গুৱাহাটী মহানগৰীৰ  তাপমাত্ৰা
বতৰ

তীব্ৰ গতিত বৃদ্ধি হৈছে গুৱাহাটী মহানগৰীৰ তাপমাত্ৰা

July 13, 2022
Next Post
পুনেৰ এখন বিশেষ  চিকিৎসালয় য’ত কন্যা সন্তান জন্ম হ’লে  চিকিৎসকে  নলয় মাচুল

পুনেৰ এখন বিশেষ চিকিৎসালয় য’ত কন্যা সন্তান জন্ম হ’লে চিকিৎসকে নলয় মাচুল

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7