VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধর্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্ৰীলংকাৰ ক্ৰিকেটাৰৰ আঁতৰা নাই বিপদ, সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা থাকিব লাগিব আঁতৰি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 7, 2022
in ক্ৰীড়া
ধর্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্ৰীলংকাৰ ক্ৰিকেটাৰৰ আঁতৰা নাই বিপদ, সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা থাকিব লাগিব আঁতৰি
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ধর্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত বিপদ আঁতৰা নাই শ্ৰীলংকাৰ বেটছমেন ডানুষ্কা গুনাতিলকৰ ৷  সন্মতি অবিহনে যৌন সম্পৰ্ক স্থাপনৰ চাৰিটা গোচৰত  অভিযুক্ত হোৱাৰ পিছত সোমবাৰে ছিডনীৰ আদালতে  তেওঁক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। ৬ নৱেম্বৰৰ পুৱা  টি ২০ বিশ্বকাপৰ মাজতে ছিডনীৰ হোটেলত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। তাৰ পিছত দলটোৰ আন খেলুৱৈসকল শ্ৰীলংকালৈ উভতি যায়। ইপিনে গ্ৰেপ্তাৰ হোৱাৰ পাছতে গুণতিলকক শ্ৰীলংকা ব’র্ডে সকলো প্ৰকাৰৰ  ক্ৰিকেটৰ পৰা তাংক্ষণিকভাৱে নিলম্বন কৰিছে ৷

এক বিবৃতিত ব’র্ডে কয়- “তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা  তেওঁক নিলম্বন কৰা হৈছে ৷  অষ্ট্ৰেলিয়াত এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হোৱা বুলি অৱগত হোৱাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷“অনুশাসন ভংগৰ বাবে ব’র্ডে ইয়াৰ পূর্বেও  গুণতিলকক কমেও তিনিবাৰ নিলম্বন কৰিছিল ৷

ব’র্ডে  বিবৃতিত লগতে কয় যে  যে তেওঁলোকে  অভিযোগৰ তদন্ত তৎকালীনভাৱে চলাবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব আৰু অষ্ট্ৰেলিয়াত আদালতৰ গোচৰটো সমাপ্ত হোৱাৰ পিছত উক্ত খেলুৱৈজনক দোষী সাব্যস্ত হ’লে শাস্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হ’বএজন খেলুৱৈৰ এনে যিকোনো আচৰণৰ বাবে “শূন্য সহনশীলতা” নীতি গ্ৰহণ কৰে আৰু এই কাণ্ডৰ নিৰপেক্ষ তদন্ত কৰিবলৈ অষ্ট্ৰেলিয়াৰ আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব ।

ছিডনীত দণ্ডাধীশ ৰবাৰ্ট উইলিয়ামছে ক্ৰিকেটাৰ গৰাকীৰ  কোনো অপৰাধজনিত ইতিহাস নাই যদিও জামিনৰ আৱেদন নাকচ কৰিছিল ৷ গুনতিলকৰ অধিবক্তা আনন্দ অমৰানাথে এই সিদ্ধান্তক “হতাশাজনক” বুলি অভিহিত কৰি কয়  যে তেওঁলোকে  উচ্চতম ন্যায়ালয়ত আবেদন কৰিব।  জামিন লাভ কৰিলেও গোচৰটোৰ বিচাৰ সম্পূর্ণ নোহোৱালৈ তেঁও অষ্ট্ৰেলিয়াতে থাকিব লাগিব ৷

 

Previous Post

১০ লাখ চাকিৰ পোহৰেৰে আলোকিত হ’ব কাশী

Next Post

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

Related Posts

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!
ক্ৰীড়া

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

December 7, 2023
দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
Next Post
ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে  বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7