১৬ মাৰ্চলৈকে ভাৰতত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য হ’ল ৫১,৯৩০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৬০০ টকা।
আজি ১০ গ্ৰাম সোণৰ মূল্য (২৪ কেৰেট আৰু ২২ কেৰেটৰ) ৫৪০ টকা আৰু ৫০০ টকা হ্ৰাস পাইছে।যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ সামান্য তাৰতম্য দেখা গৈছে –
- চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম)ত সোণৰ মূল্য ৫২,৫৭০ টকা আৰু ২২ কেৰেটৰ (১০ গ্ৰাম) মূল্য ৪৮,১৯০ টকা।
- ৰাজধানী চহৰ দিল্লীত ২৪কেৰেট (১০ গ্ৰাম)ৰ সোণৰ মূল্য ৫১,৯৩০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) হৈছে ৪৭,৬০০ টকা।
- কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম)ৰ বাবে সোণৰ মূল্য ৫১,৯৩০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) হৈছে ৪৭,৬০০ টকা।
- আনহাতে, মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫১,৯৩০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৬০০ টকা।