‘ইউৰো কাপ ২০২০’ৰ চেম্পিয়ন ইটালীয়ে গৃহ ভূমিত যোগ্যতা অৰ্জনকাৰী খেলত উত্তৰ মেচিডোনিয়াৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ পিছত কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয়।
‘ইউৰো কাপ ২০২০’ চেম্পিয়ন ইটালীয়ে উত্তৰ মেচিডোনিয়াৰ হাতত ১-০ গ’লত পৰাজিত হোৱাৰ পিছত ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয়, যিটো গৃহ ভূমিত তেওঁলোকৰ প্ৰথম পৰাজয় আছিল। আলেকজেণ্ডাৰ ট্ৰাজকোভস্কিয়ে অতিৰিক্ত সময়ত খেলখনৰ একমাত্ৰ গ’লটো কৰে ৷ অৱশ্যে কাটাৰত অনুষ্ঠিত হ’ব লগীয়া ‘ফিফা বিশ্বকাপ ২০২২ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ এতিয়াও দলটো পৰ্তুগালৰ মুখামুখি হ’বলৈ বাকী আছে।