ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে আজি পদত্যাগ কৰে। ৰাজ্য খনত বিধানসভা নিৰ্বাচন লৈ এটা বছৰ থকা সময়তে তেওঁ পদত্যাগ কৰে। আজি বিয়লি 5 বজাত বিজেপিৰ বিধায়িনী বৈঠক অনুষ্ঠিত হ’ব । যত নতুন বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হ’ব । কিয় তেওঁ পদত্যাগ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।