VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

Admin by Admin
May 15, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক দণ্ডিনাথ কলিতাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যংগ সাহিত্যিক । তেওঁ পাঁচশৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । তেওঁ এলানি পাঠ্যপুথিও ৰচনা কৰিছিল । তেওঁৰ এখন বিখ্যাত উপন্যাস ‘সাধনা’ । ১৯২৮ চনত অসম সাহিত্য সভাই পতা উপন্যাস প্ৰতিযোগিতাত এই উপন্যাসখনে প্ৰথম স্থান লাভ কৰিছিল । ১৯৫৫ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সুখদেৱ থাপাৰৰ ওপজা দিন । ১৯০৮ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ লুধিয়ানাত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ ভগৎ সিঙৰ সৈতে লগ লাগি বিপ্লৱী দলৰ কাম-কাজ কৰে । কুখ্যাত ছাইমন কমিছনৰ বিৰোধিতা কৰিবলৈ গৈ লালা লাজপট ৰায় মৃত্যু মুখত পৰাৰ প্ৰতিশোধৰূপে ছেণ্ডাৰ্ছক হত্যা কৰা বিপ্লৱীসকলৰ মাজত সুখদেৱো আছিল । সেইবাবে ব্ৰিটিছ চৰকাৰে শিৱৰাম ৰাজগুৰু আৰু ভগৎ সিঙৰ লগতে সুখদেৱকো ১৯৩১ চনৰ ২৩ মাৰ্চত ফাঁচি দিয়ে । এইগৰাকী বিপ্লৱীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সমাজ সেৱিকা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতি দিৱস । অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বংশধৰ ইলোৰা ৰায়চৌধুৰী আছিল মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা । এইক্ষেত্ৰত তেওঁ অসমত এক নতুন আন্দোলনৰ সূচনা কৰিছিল । ২০০৩ চনৰ আজিৰ দিনটোতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত(২০০৪) তেওঁৰ স্মৃতিত ইলোৰা বিজ্ঞান মঞ্চ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম হয় আৰু তেতিয়াৰে পৰাই মৰণোত্তৰভাৱে অংগদানৰ উপৰি অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ হকে কাম কৰি আহিছে সংগঠনটোৱে । এইগৰাকী সমাজসেৱিকালৈ আমাৰ প্ৰণাম

Previous Post

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পদত্যাগ

Next Post

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 18, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 13, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 12, 2022
বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিক বঁটা ,২০২২
সমাজ

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিক বঁটা ,২০২২

May 11, 2022
Next Post
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

ব'হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7