VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অষ্ট্ৰেলিয়াত কোহলিৰ অজ্ঞাতে হোটেলৰ কোঠাৰ ভিডিঅ’ ভাইৰেল, ক্ষুব্ধ হৈ ক্ৰিকেটাৰ গৰাকীয়ে প্ৰকাশ কৰিলে এই প্ৰতিক্ৰিয়া !

voicedesk by voicedesk
October 31, 2022
in ক্ৰীড়া
অষ্ট্ৰেলিয়াত কোহলিৰ অজ্ঞাতে হোটেলৰ কোঠাৰ ভিডিঅ’ ভাইৰেল, ক্ষুব্ধ হৈ ক্ৰিকেটাৰ গৰাকীয়ে প্ৰকাশ কৰিলে এই প্ৰতিক্ৰিয়া !
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

 

অষ্ট্ৰেলিয়াত টি-২০ পুৰুষ বিশ্বকাপৰ সময়তে এক ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলি ৷ অষ্ট্ৰেলিয়াৰ পার্থত থকাৰ সময়ত বিৰাট কোহলিৰ হোটেলৰ কোঠাৰ সমগ্ৰ দৃশ্য  তেওঁ নথকা অৱস্থাত ভিডিঅ’ কৰি ইণ্টাৰনেটত প্ৰচাৰ কৰাক লৈ ক্ৰিকেটাৰ গৰাকী ক্ষুব্ধ হৈ পৰিছে ৷

ইনষ্ট্ৰাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ  কয় যে ইয়াৰ ফলত তেওঁৰ গোপনীয়তা ভংগ কৰা হৈছে ৷ ক্ৰিকেটাৰজন উপস্থিত নথকাকৈ কোনোবাই বেটছমেনজনৰ হোটেলৰ কোঠাত প্ৰৱেশ কৰি ৰেকর্ড কৰা ভিডিঅ’টোত কোহলিয়ে ব্যৱহাৰ কৰা কাপোৰ কানি তথা অন্যান্য সামগ্ৰী  স্পষ্টভাৱে দেখা গৈছিল ৷  ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে অনুৰাগীসকলক অনুৰোধ জনায় যে  তেওঁলোকে সকলোৰে গোপনীয়তাক সন্মান কৰক ৷ গতে  তেওঁলোকক মনোৰঞ্জনৰ বাবে “পণ্য” হিচাপে গণ্য নকৰিবলৈয়ো কোহলিয়ে আহ্বান জনায় ।

https://www.instagram.com/reel/CkXVWI6g7Ff/?utm_source=ig_embed&ig_rid=1303b956-1a21-4a50-bd52-7dd8e3095e6e

কোহলিয়ে কয়  ,”মই বুজি পাওঁ যে অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলক দেখি অতি সুখী আৰু উত্তেজিত হয় ৷ তেওঁলোকক লগ পাবলৈ উৎসাহিত হয় আৰু মই সেই কথাৰ সদায় শলাগ লৈ আহিছো। কিন্তু ইয়াত এই ভিডিঅ’টো ভয়ংকৰ আৰু ই  মোৰ গোপনীয়তা ভংগ কৰিছে ৷ যদি মই নিজৰ হোটেলৰ কোঠাত গোপনীয়তা ৰাখিব নোৱাৰো, তেন্তে মই সঁচাকৈয়ে ক’ত আচলতে কোনো ব্যক্তিগত স্থান আশা কৰিব পাৰো?? অনুগ্ৰহ কৰি মানুহৰ গোপনীয়তাক সন্মান কৰক আৰু তেওঁলোকক মনোৰঞ্জনৰ বাবে এটা পণ্য হিচাপে ব্যৱহাৰ নকৰিব ৷ “

 

Previous Post

শ্ৰদ্ধাঞ্জলি

Next Post

ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী, প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী, প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল

ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী, প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7