VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩২ বছৰত ভৰি থলে জনপ্ৰিয় অভিনেতা কার্তিক আৰিয়ানে , প্ৰথম ছবিত ১.২৫ লাখ টকা পোৱা কার্তিকে এতিয়া পায় ৩৫-৪০ কোটি টকা পাৰিশ্ৰমিক

voicedesk by voicedesk
November 22, 2022
in মনোৰঞ্জন
৩২ বছৰত ভৰি থলে জনপ্ৰিয় অভিনেতা কার্তিক আৰিয়ানে , প্ৰথম ছবিত ১.২৫ লাখ টকা পোৱা কার্তিকে  এতিয়া পায় ৩৫-৪০ কোটি টকা পাৰিশ্ৰমিক
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

কোনো গডফাদাৰ নোহোৱাকৈয়ে বলিউডত খোপনি পুতিবলৈ সক্ষম হোৱা অভিনেতাসকলৰ অন্যতম হৈছে কাৰ্তিক আৰিয়ান ৷ গোৱালিয়ৰৰ ৰাজপথৰ পৰা ওলাই আহি অভিযান্ত্ৰিক পাঠ্যক্ৰম এৰি কাৰ্তিক নিজাববীয়াকৈ বলীউডত স্থান লাভ কৰিলে ।এইজন জনপ্ৰিয় অভিনেতাৰে আজি ওপজা দিন ৷  কাৰ্তিক  আজি ৩২ বছৰ সম্পূৰ্ণ কৰিলে। এসময়ত মধ্যমীয়া  আৰু নিম্ন বাজেটৰ ছবিত অভিনয় কৰা কার্তিক সম্প্ৰতি বলিউডৰ প্ৰথম শ্ৰেণীৰ ছবিৰ নায়ক ৷

কিন্তু এনেকৈ এদিনতে তেওঁ জনপ্ৰিয় হোৱা নাছিল। অভিভাৱকে বিচাৰিছিল কাৰ্তিক এজন অভিযন্তা হোৱাটো। যাৰ বাবে তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল ৷  ইয়াৰ মাজতে তেওঁৰ ছবিত নায়ক হোৱাৰ ইচ্ছা গঢ় লৈ উঠিছিল আৰু তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰম এৰি ছবিৰ অডিচনলৈ আহে । দীর্ঘদিন  সংগ্ৰাম কৰাৰ  পিছত ‘প্যাৰ কা পঞ্চনামা’ ছবিত অভিনয়ৰ সুযোগ লাভ কৰে । প্ৰথমখন ছবি হিট হৈছিল যদিও কাৰ্তিক নিজে ইয়াৰ পৰা নতুন গাড়ী কিনিবলৈ পৰ্যাপ্ত ধন লাভ কৰা নাছিল । সেয়েহে তেওঁ প্ৰথমে  থাৰ্ড হেণ্ড গাড়ী এখন ক্ৰয় কৰে ৷  কম বাজেটৰ ছবি আৰু থাৰ্ড হেণ্ড গাড়ীৰে  ছবি জগতত যাত্ৰা আৰম্ভ কার্তিকে এখন ছবিৰ বাবে বর্তমান ৩৫-৪০ কোটি মাচুল লাভ কৰিছে। এতিয়া কাৰ্তিকে ৪.৫ কোটি টকাৰ লেম্বৰঘিনিত অহা যোৱা কৰে ৷

সৰুৰে পৰাই কাৰ্তিক অভিনেতা হ’ব বিচাৰিছিল। সেই কাৰণে কলেজত পঢ়ি থাকোঁতে তেওঁ ক্লাছ নকৰাকৈ চিনেমাৰ অডিচনলৈ গৈছিল। কলেজৰ সময়তে কাৰ্তিকে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। কাৰ্তিক য’তেই অডিচন দিবলৈ গৈছিল তাতেই তেওঁক নাকচ কৰা হৈছিল। অডিচনত ধাৰাবাহিকভাৱে বিফল হোৱাৰ পিছত অভিনয়ৰ পাঠ্যক্ৰমো কৰিছিল।

কলেজৰ তৃতীয় বৰ্ষত পঢ়ি থাকোঁতে কাৰ্তিক প্ৰথমবাৰৰ বাবে ফিল্ম ব্ৰেক পাইছিল। কাৰ্তিকে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল প্যাৰ কা পুঞ্চনামা ছবিৰ জৰিয়তে। এই ছবিখনত চহী কৰাৰ পিছতহে তেওঁ পিতৃ-মাতৃক প্ৰথমখন ছবি লাভ কৰাৰ বিষয়ে অৱগত কৰে।

প্ৰথমখন ছবিৰ বাবে কাৰ্তিকে লাভ কৰিছিল ১.২৫ লাখ টকা। ১০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনে বক্স অফিচত ১৭ কোটি টকা সংগ্ৰহ কৰে। তেওঁ এতিয়ালৈকে ১২খন ছবিত কাম কৰিছে, য’ত আছিল এখন চুটি ছবি আৰু এখন ছবি ‘ধমাকা’ অ’টিটিত মুক্তি পাইছিল। সম্প্ৰতি  কাৰ্তিকে এখন ছবিৰ বাবে প্ৰায় ৩৫ৰ পৰা ৪০ কোটি টকা  মাচুল হিচাপে লয়। ভূল ভুলাইয়া ২ ছবিখনৰ সফলতাৰ পিছত তেওঁৰ সম্পত্তি বৃদ্ধি পায়। এই ছবিখন মুক্তি পোৱাৰ আগতে কাৰ্তিকে এখন ছবিৰ বাবে প্ৰায় ১৫ৰ পৰা ১৬ কোটি টকা লৈছিল ৷

কাৰ্তিকৰ প্ৰথমখন ছবিয়ে বক্স অফিচত এটা মান্য সংগ্ৰহ কৰিছিল, তথাপিও তেওঁৰ হাতত ৰেড কাৰ্পেটৰ ইভেণ্টলৈ যাবলৈ নিজা গাড়ী নাছিল।  কাৰ্তিকে এটা সাক্ষাৎকাৰত কৈছিল যে প্ৰথম দুখন ছবিৰ পিছত তেওঁ এখন গাড়ী কিনিছিল ৷  সেইখনো থাৰ্ড হেণ্ড ৷  যাৰ মূল্য আছিল ৬০ হাজাৰ টকা। সম্প্ৰতি কেইবাখনো বিলাসী বাহনৰ মালিক ৷

 

 

Previous Post

জীৱন্ত যেন লগা এটা আচৰিত পুতলা !

Next Post

আলাবৈ ৰণত শ্বহীদ সকলক শ্ৰদ্ধা জনাই গুৱাহাটী আৰু যোৰহাটত স্মৃতিসৌধ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
আলাবৈ ৰণত শ্বহীদ সকলক শ্ৰদ্ধা জনাই গুৱাহাটী  আৰু যোৰহাটত স্মৃতিসৌধ

আলাবৈ ৰণত শ্বহীদ সকলক শ্ৰদ্ধা জনাই গুৱাহাটী আৰু যোৰহাটত স্মৃতিসৌধ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7