VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কি ৰোগত আক্ৰান্ত জনপ্ৰিয় শিল্পী ‘চেলিন ডিয়ন’?

‘মাই হাৰ্ট উইল গ’ অন’ শিল্পী গৰাকীয়ে স্থগিত ৰাখিছে অনাগত সকলো অনুষ্ঠান

voicedesk by voicedesk
December 9, 2022
in সংস্কৃতি
কি ৰোগত আক্ৰান্ত  জনপ্ৰিয় শিল্পী ‘চেলিন ডিয়ন’?
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

‘চেলিন ডিয়ন’ সমগ্ৰ বিশ্বৰ এটি চিনাকি নাম যাৰ কণ্ঠৰ যাদুত যেন সমগ্ৰ বিশ্বই মোহাছন্ন ৷ শেহতীয়াকৈ এই জনপ্ৰিয় গায়ক গৰাকীৰ এটি খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তেওঁৰ অনুৰাগী সকলৰ মাজত ৷   শিল্পী গৰাকীৰ শৰীৰত  স্নায়ুজনিত বিকাৰ  ধৰা পৰাৰ বাবে তেওঁ স্থগিত ৰাখিছে অনাগত সকলো অনুষ্ঠান ।

বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত ফৰাচী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা এটি আৱেগিক ভিডিঅ’ বাৰ্তাত ডিয়নে কয় যে ষ্টিফ পাৰ্চন চিনড্ৰমৰ ফলত তেওঁৰ খোজ কঢ়া আৰু গান গোৱাৰ ক্ষেত্ৰতো যথেষ্ট  প্ৰভাৱ পৰিছে।তেওঁ লগতে কয় যে কেইবাবাৰো পিছুৱাই দিয়াৰ পিছতো তেওঁৰ এই অসুবিধাৰ বাবে  ফেব্ৰুৱাৰী মাহত পুনৰ আৰম্ভ হ’বলগীয়া ‘কৌৰেজ’ ভ্ৰমণ পিছুৱাই দিয়াৰ বাহিৰে তেওঁৰ হাতত আন কোনো উপায় নাছিল। আনহাতে ২০২৩ চনৰ বসন্তকালীন অনুষ্ঠানসমূহ ২০২৪ চনলৈ স্থানান্তৰ কৰা হৈছে আৰু ২০২৩ চনৰ গ্ৰীষ্মকালীন কনচাৰ্টসমূহ বাতিল কৰা হৈছে।অনুৰাগী সকলক উদ্দেশ্যি তেওঁ কয় যে তেওঁ সদায় তেওঁৰ অনুষ্ঠানত ১০০% দিবলৈ চেষ্টা কৰে কিন্তু এইবাৰ শৰীৰে তেওঁক লগ দিয়া নাই ৷

কিয়নো ষ্টিফ পাৰ্চন চিণ্ড্ৰমৰ ফলত হঠাৎ তেওঁৰ পেশীবোৰ কঠিন হৈ পৰে আৰু পেশীৰ বিষাক্ত স্পাম হয়, যিটো ডাঙৰ শব্দ বা কোমল স্পৰ্শৰ ফলতো হ’ব পাৰে।অৱশ্যে ইয়াৰ  কাৰণ জানিব পৰা হোৱা নাই যদিও ইয়াক  অটো ইমিউন’ ডিছঅৰ্ডাৰ বুলি ভবা হৈছে। যাৰ বাবে  খোজ কঢ়াত অসুবিধা হ’ব পাৰে।

পাঁচটাকৈ  গ্ৰেমী বঁটা আৰু দুটা একাডেমী বঁটা লাভ কৰা ডিয়ন হৈছে ‘আই এম এলাইভ’আৰু ‘মাই হাৰ্ট উইল গ’ অন’ৰ দৰে হিট গীতেৰে সৰ্বকালৰ সৰ্বাধিক  বিক্ৰী হোৱা সমগ্ৰ বিশ্বৰ এগৰাকী জনপ্ৰিয় মহিলা শিল্পী।আমাৰ তৰফৰ পৰাও শিল্পী গৰাকীৰ আশু-অৰোগ্য কামনা কৰিছোঁ ৷

Previous Post

নিশ্চিতভাৱে প্ৰকৃতিৰ এক আশ্চৰ্য্য ‘মনোট্ৰপা ইউনিফ্ল’ৰা’ নামৰ এই উদ্ভিদ

Next Post

বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”

বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু"

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7