VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”

গ্ৰন্থখন অনুবাদ কৰি উলিয়াইছে বৰাক উপত্যকাৰ অগ্ৰণী লেখিকা, অনুবাদিকা মঞ্জু সিনহাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 9, 2022
in সমাজ
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সাহিত্য জগতৰ বাবে এক সুখবৰ ৷ অসমৰ ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৰে মুখে মুখে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ৰ প্ৰতিটো গল্প ৷  অসমৰ সাহিত্যৰ আকাশৰ এক উজ্জ্বল জ্যোতিষ্ক  ৰসৰাজ, সাহিত্যৰথী তথা অসমীয়া  সাহিত্যৰ কাণ্ডাৰী  লক্ষ্মীনাথ বেজবৰুৱাৰ এই সৰ্বজন সমাদৃত, বহু পঠিত “বুঢ়ী আইৰ সাধু” এইবাৰ  বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুবাদ কৰি উলিয়াইছে বৰাক উপত্যকাৰ অগ্ৰণী লেখিকা, অনুবাদিকা মঞ্জু সিনহাই ।

বহুল ভাৱে প্ৰচাৰিত, সমাদৃত তথা  ভিন-ভিন ভাষালৈ অনুদিত  হোৱা বৰেণ্য অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথিখন বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত হোৱাৰ সুখবৰ প্ৰকাশ পোৱাত  আহ্লাদিত হৈ পৰিছে ভাষাটোৰ স’তে জড়িত লোকসকল ৷ লগতে গ্ৰন্থখনৰ প্ৰকাশৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে এতিয়া পাঠক সকলে ৷ উল্লেখযোগ্য যে উক্ত গ্ৰন্থখন প্ৰকাশ কৰিব ৰাজ্যৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী “পৰাগজ্যোতি প্ৰকাশন”এ ।

Previous Post

কি ৰোগত আক্ৰান্ত জনপ্ৰিয় শিল্পী ‘চেলিন ডিয়ন’?

Next Post

এখন আচৰিত অনুজ্ঞাপত্ৰ,কি আছে এই অনুজ্ঞাপত্ৰত?

Related Posts

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?
সমাজ

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?

June 6, 2023
ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
Next Post
এখন আচৰিত অনুজ্ঞাপত্ৰ,কি আছে এই অনুজ্ঞাপত্ৰত?

এখন আচৰিত অনুজ্ঞাপত্ৰ,কি আছে এই অনুজ্ঞাপত্ৰত?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7