VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জনপ্ৰিয় অভিনেত্ৰী আয়েছা জুলকা কিয় মাতৃ হ’ব নোৱাৰিলে? নিজেই প্ৰকাশ কৰিলে ইয়াৰ তথ্য

voicedesk by voicedesk
March 11, 2023
in মনোৰঞ্জন
জনপ্ৰিয় অভিনেত্ৰী আয়েছা জুলকা কিয় মাতৃ হ’ব নোৱাৰিলে? নিজেই প্ৰকাশ কৰিলে ইয়াৰ তথ্য

Mandatory Credit: Photo by Ashish Vaishnav/SOPA Images/Shutterstock (13388250p) Bollywood actress Ayesha Jhulka is seen during the trailer launch of her upcoming film 'Hush Hush' in Mumbai. The crime drama film will be release on Amazon prime video on 22nd September 2022. Trailer launch of the film 'Hush Hush' in Mumbai, India - 13 Sept 2022

0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

নব্বৈৰ দশকৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আয়েছা জুলকা। ছলমান খান, অক্ষয় কুমাৰ, আমিৰ খানৰ নায়িকা হিচাপে তেওঁ সুখ্যাতি লাভ কৰিছিল ৷ । অক্ষয়ৰ লগত তেওঁৰকেমিষ্ট্ৰীৰ কথা সেই সময়ত আটাইতকৈ বেছি চর্চিত হৈছিল। ‘খিলাড়ী” ছবিখনত অক্ষয় কুমাৰৰ সৈতে তেওঁৰ অন স্ক্ৰীণ ৰোমাঞ্চে ধুমুহাৰ সৃষ্টি কৰিছিল ৷  যদিও বৰ্তমান তেওঁলোকৰ মাজত কোনো যোগাযোগ নাই। আয়েছাৰ বয়স পঞ্চাশৰ উর্ধত । ২০০৩ চনত সমীৰে বছিৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আয়েছা ৷বিয়াৰ পিছৰে পৰা অভিনয়ৰ জগতখনৰ পৰা তেওঁ আতৰি আহিছে ৷  অৱশ্যে আয়েশাই স্বেচ্ছাই অভিনয়ৰ পৰা আঁতৰি আহিছিল বুলি প্ৰকাশ কৰিছে ৷ বিয়াৰ বিশ বছৰৰ পাছতো তেওঁ নিঃসন্তান।ইয়াৰ  কাৰণ কি, অভিনেত্ৰীগৰাকীয়ে সেয়া নিজেই প্ৰকাশ কৰিছে ৷

 

আয়েছাই কয়  যে তেওঁ  কেতিয়াও  বিয়া হ’ব বিচৰা নাছিল। আগতে কেইবাটাও সম্পৰ্ক আছিল। সম্পর্কসমূহৰ অভিজ্ঞতা একেবাৰে ভাল নহয়। সেইবাবেই সম্পৰ্কৰ ওপৰত আস্থা হেৰুৱাই পেলায়। এই সিদ্ধান্ত ঘৰতে অৱগত কৰিছিল ৷ কোনো আপত্তি কৰা নাছিল পৰিয়ালৰ লোকে। আয়েছাই কয়- “সমীৰৰ লগত কথা পতাৰ পিছত দুয়োজনৰ মাজত মন মিলিছিল ৷ কিন্তু মই কেতিয়াও মাতৃ হ’ব বিচৰা নাছিলো। জীৱনত বহু কঠিন সময়ৰ মাজেৰে পাৰ হৈছো। মাতৃ নহ’বলৈ আমাৰ সিদ্ধান্ত আছিল। এই সন্দৰ্ভত আমাৰ মাজত কোনো মতানৈক্য নাই।”

 

মাতৃত্বৰ সোৱাদ লোৱা নাই যদিও তেওঁৰ দায়িত্বও কম নহয়। গুজৰাটৰ এখন গাঁৱৰ পৰা ল’ৰা-ছোৱালী তুলি লৈছিল অভিনেত্ৰীগৰাকীয়ে। আয়েশা আৰু সমীৰে প্ৰায় ১৬০ টা শিশুৰ যত্ন লৈ আহিছে ।

Previous Post

পুনৰ বিতৰ্কত ছাকিব, ভিৰৰ মাজত খং হেৰুৱাই ঠেলি, বাংলাদেশৰ অধিনায়কৰ অনুৰাগীক প্ৰহাৰ

Next Post

ধুবুৰীত সম্পন্ন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ধুবুৰীত সম্পন্ন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

ধুবুৰীত সম্পন্ন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7