VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব, মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব

voicedesk by voicedesk
March 19, 2023
in মুখ্য সংবাদ
সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব, মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ আন্তঃ সংবাদ মাধ্যম টি-২০ ক্ৰিকেট চেম্পিয়নশ্বিপত পুনৰ চেম্পিয়ন হ’ল ডিফেণ্ডিং চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাবে ৮ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক। প্ৰতিকুল বতৰৰ বাবে ১০ অ’ভাৰকৈ অনুষ্ঠিত হয় খেল। প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাবে ১০ অ’ভাৰত ২ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৮৮ ৰান। গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ ৰাজ হুছেইনে অপৰাজিত ৩২, মৃগাংক শৰ্মাই ৩১ আৰু অধিনায়ক বিনয় কলিতাই ১৪ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত মিডিয়া মেনেজমেন্টে ১০ অ’ভাৰত ৬ উইকেটত ৮০ ৰান কৰিয়ে সামৰে ইনিংছ।

মিডিয়া মেনেজমেণ্টৰ ইনিংছ ৮০ ৰানতে স্তব্ধ কৰাত মুখ্য ভূমিকা লোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ মৌচম দত্তই ২টা, বিনয় কলিতা, সঞ্জীৱ বেজবৰুৱা আৰু ৰবীন দাসে দখল কৰে এটাকৈ উইকেট। ফাইনেলৰ মেন অব দ্য মেচ সন্মান লাভ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উইকেটৰক্ষক- বেটাৰ মৃগাংক শৰ্মাই। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ ৰুহুল আমিনে লাভ কৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান। স্বাভাৱিকতে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাকক্ষণত এই জয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিজন সদস্য আৰু শুভাকাংক্ষীক আনন্দিত কৰিছে।

Previous Post

দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল তিনি পৰিবেশকৰ্মীৰ

Next Post

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীলৈ এক কোটি টকাৰ বৃত্তিৰ সুযোগ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীলৈ এক কোটি টকাৰ বৃত্তিৰ সুযোগ

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীলৈ এক কোটি টকাৰ বৃত্তিৰ সুযোগ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7