VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ

voicedesk by voicedesk
March 21, 2023
in মনোৰঞ্জন
আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

২০২১ চনৰ আগতে তেওঁ মূলতঃ দক্ষিণৰ তাৰকা হিচাপে পৰিচিত আছিল। ২০২১ চনৰ অক্টোবৰৰ পিছত তেওঁৰ প্ৰতিচ্ছবি সলনি হয়। দক্ষিণৰ ছবি ‘পুষ্পা: দ্য ৰাইজ’ ছবিগৃহত মুক্তিৰ লগে লগে পৰিচয় সলনি হৈ পৰে মুখ্য চৰিত্ৰত অভিনয় কৰা আল্লু অৰ্জুন। এই ছবিখনৰ জৰিয়তে আল্লুৱে সমগ্ৰ ভাৰতৰ স্বীকৃতি লাভ কৰিছিল। দক্ষিণৰ পৰিচালক সুকুমাৰৰ ছবিখনে মুক্তিৰ লগে লগে সমালোচকৰ মিশ্ৰিত সমালোচনাৰ পিছতো বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷এই ছবিখনে দেশৰ বক্স অফিচত তিনিশ পঞ্চাশ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছিল। ৰাতিটোৰ ভিতৰতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম জনপ্ৰিয় তাৰকা হৈ পৰিল আল্লু অৰ্জুন। ‘পুষ্পা: দ্য ৰাইজ’ৰ সফলতাৰ পিছত পৰিচালক সুকুমাৰে নিৰ্মাণ কৰি আছে ছবিখনৰ দ্বিতীয় খণ্ড ‘পুষ্পা: দ্য ৰুল’ । সেই ছবিখনৰ সৈতে দৰ্শক আৰু অনুৰাগীৰ উৎসাহো বৃদ্ধি পাইছে । ছবিখনৰ টিজাৰ মুক্তিৰ সন্দৰ্ভতো জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্বে গম পোৱা গৈছিল যে এপ্ৰিল মাহত মুক্তি পাব ‘পুষ্পা: দ্য ৰুল’ৰ টিজাৰ। এপ্ৰিল মাহত মুক্তি পাব তিনি মিনিটৰ টিজাৰ।

 

যোৱা বছৰৰ শেষৰ পৰা আৰম্ভ হৈছে ছিকুৱেলৰ কাম। আল্লু অৰ্জুনক নিজেই বিশাখাপট্টনমত শ্বুটিংৰ বাবে দেখা গৈছিল। ৮ এপ্ৰিলত আল্লু অৰ্জুনৰ জন্মদিন। ছবিখনৰ নিৰ্মাতাসকলে তাৰকাগৰাকীৰ জন্মদিনত ‘পুষ্পা: দ্য ৰুল’ৰ প্ৰথম আভাস মুকলি কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে কেইছেকেণ্ডমানৰ প্ৰচাৰৰ পৰিৱৰ্তে তিনি মিনিটৰ দীঘলীয়া টিজাৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে। এই বাতৰি পোহৰলৈ অহাৰ লগে লগে অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি পালে।

 

‘পুষ্পা: দ্য ৰাইজ’ ছবিখনে বক্স অফিচত নজিৰ গঢ়ি তুলিছিল। ফ্ৰেঞ্চাইজিৰ দ্বিতীয়খন ছবি ‘পুষ্পা: দ্য ৰুল’ক বৃহৎ পৰিসৰত নিৰ্মাণ কৰিব বিচাৰিছে নিৰ্মাতাসকলে। শুনা যায় যে এই ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে পুষ্পা আৰু ভনৱৰ সিঙৰ চৰিত্ৰৰ সংঘাতৰ আধাৰত। ইতিমধ্যে বিশাখাপট্টনমৰ পিছত হায়দৰাবাদত শ্বুটিং সমাপ্ত কৰিছে । আল্লু অৰ্জুনৰ লগতে ফাহাধ ফাচিলেও ছবিখনত অভিনয় আহিছে। কিন্তু ৰশ্মিকা মান্দানাৰ চৰিত্ৰক লৈ এতিয়াও স্পষ্ট হোৱা নাই ৷  আনহাতে ‘আৰ আৰ আৰ’ৰ অভিনেতা ৰাম চৰণক ‘পুষ্পা: দ্য ৰুল’ত বিশেষ চৰিত্ৰত দেখা পোৱা যায়। অৱশ্যে ছবিখনৰ নিৰ্মাতাসকলে এতিয়াও এই সন্দৰ্ভত একো ঘোষণা কৰা নাই।

Previous Post

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

Next Post

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7