VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“মিছ চেটাৰ্জী বনাম নৰৱে”-এ পাঠানৰ ৰেকর্ড ভাঙি নৰৱেত ৰাণীৰ ছবিৰ অভিলেখ

voicedesk by voicedesk
March 22, 2023
in মনোৰঞ্জন
“মিছ চেটাৰ্জী বনাম নৰৱে”-এ পাঠানৰ ৰেকর্ড ভাঙি নৰৱেত ৰাণীৰ ছবিৰ অভিলেখ
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

শ্বাহৰুখ খানৰ ‘পাঠান’ৰ পিছত ৰাণী মুখাৰ্জীয়ে বক্স অফিচত আন এক অভিলেখ ৰচনা কৰিছে ৷  নৰৱেত বাণিজ্যিকভাৱে সফলতা লাভ কৰিছে ৰাণীৰ ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’। এই ছবিখনে সপ্তাহৰ শেষৰ ফালে বক্স অফিচ সংগ্ৰহত বলীউডৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। ৭৪৫ হাজাৰ নৰৱেৰ মুদ্ৰা (ক্ৰ’না) সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷  ভাৰতীয় মুদ্ৰাত সেয়া প্ৰায় ৮৯ লাখ টকা। ৰাণী অভিনীত এই ছবিখনে শেহতীয়া সময়ত আটাইতকৈ জনপ্ৰিয় ছবি ‘পাঠান’ক অতিক্ৰম কৰিছে। পাঁচ দিনত দেশৰ বাহিৰত থকা ‘পাঠান’ৰ অকুপেন্সী আছিল ৪.১ হাজাৰ।লগতে তিনিদিনত ৰাণীৰ ছবিখনৰ অকুপেন্সী হৈছে ৪.৮ হাজাৰ ।

 

এগৰাকী প্ৰবাসী মাতৃয়ে সন্তানৰ অধিকাৰৰ বাবে কৰা সংগ্ৰামৰ কাহিনী ছবিখনৰ মুল আধাৰ । ছবিখনৰ আৱেগে দৰ্শকক চুই গৈছে।ছবিখনৰ সফলতাক অভিনন্দন জনাইছে প্ৰডাকচন কোম্পানীয়ে। প্ৰযোজক নিখিল আদৱানীয়ে কয়, ‘এগৰাকী সাহসী যোদ্ধা মাতৃৰ কাহিনীয়ে ইমানবোৰ মানুহক চুই যোৱা দেখি বৰ ভাল লাগিছে। আমি আৰু এনেকুৱা ছবি নিৰ্মাণ কৰিম যিয়ে দৰ্শকক জীৱন্ত কৰি তুলিব।”

 

জি ষ্টুডিঅ’ৰ মুৰব্বী শৰিক পেটেলে লিখিছে, ‘দৰ্শকৰ হৃদয় স্পৰ্শ কৰাটো ভাগ্যৰ কথা। বহিঃৰাজ্যৰ দৰ্শকৰ পৰাও সঁহাৰি পাই আমি আপ্লুত হৈছো।”

 

‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ সেই অৰ্থত ভাৰতীয় ছবিৰ বাবে এক জয়। নৰৱেৰ দৰ্শকৰ পৰা অপৰিসীম মৰম লাভ কৰি আসীমা ছিব্বৰৰ পৰিচালিত ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ইও বলীউডৰ ছবি হিচাপে এক নতুন মাপকাঠী গঢ়ি তুলিছে। ১৭ মাৰ্চত মুক্তি লাভ কৰিছিল ছবিখন।

Previous Post

বিশ্বকাপৰ দাম! কেন্দ্ৰক ভাৰতীয় ক্ৰিকেট ব’ডে দিব লাগিব ৯৬৩ কোটি টকা

Next Post

গোলকীয় উষ্ণতা বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব বিপদ , নতুন প্ৰতিবেদনত উদ্বেগজনক তথ্য

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
গোলকীয় উষ্ণতা বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব বিপদ , নতুন প্ৰতিবেদনত উদ্বেগজনক তথ্য

গোলকীয় উষ্ণতা বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব বিপদ , নতুন প্ৰতিবেদনত উদ্বেগজনক তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7