VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ জটিল ৰূপ ল’ব নেকি ক’ভিডে ?দেশত দৈনিক আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে এহেজাৰৰ ঘৰ ,, মৃত্যু ৫ জনৰ

voicedesk by voicedesk
March 22, 2023
in মুখ্য সংবাদ
পুনৰ জটিল ৰূপ ল’ব নেকি ক’ভিডে ?দেশত দৈনিক আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে  এহেজাৰৰ ঘৰ ,, মৃত্যু ৫ জনৰ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে দেশত ক’ভিড ৰোগীৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি মঙলবাৰে দেশত ১১৩৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। এদিনতে ৫ জন লোকৰ মৃত্যু হৈছে । ক’ভিড সংক্ৰমণ আৰু মৃত্যুৰ হাৰত ই শেহতীয়া সময়ছোৱাত সৰ্বাধিক বুলি ধাৰণা কৰা হৈছে। এই পৰিসংখ্যা ওলোৱাৰ পাছত এই প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে যে ক’ভিডে পুনৰ জটিল ৰূপ ধাৰণ কৰিব নেকি ?

 

৫ জন ক’ভিড ৰোগীৰো মৃত্যু হয় মঙলবাৰে। মৃত লোক কেইজন ছত্তীশগড়, দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ। দেশত এই পৰ্যন্ত ক’ভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫, ৩০, ৮১৩ জন। দৈনিক ক’ভিড পজিটিভিটিৰ হাৰ ১.০৯ শতাংশ। সাপ্তাহিক হাৰ ০.৯৮ শতাংশ। এই পৰ্যন্ত দেশত ৪.৪৬ কোটি লোক ক’ভিডত আক্ৰান্ত হৈছে। কিন্তু চিকিৎসকে কয় যে এতিয়া ক’ভিডকলৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। চিকিৎসকে টিকাকৰণ আৰু পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয়। মাত্ৰ যোৱা সপ্তাহত প্ৰায় চাৰি মাহৰ পিছত দেশত ক’ভিড সংক্ৰমণৰ সংখ্যাই সাতশ অতিক্ৰম কৰিলে। যোৱা বুধবাৰে ৭৫৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছিল। তাৰ আগতে যোৱা নৱেম্বৰ মাহত ক’ভিড সংক্ৰমণৰ সংখ্যা ৭০০ আছিল ৷ তাৰ পাছত সংক্ৰমণৰ হাৰ কমি আহিছিল।

 

শীতকালৰ শেষত গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ পূর্বে  প্ৰতি বছৰে অসুস্থতা বৃদ্ধি পায়। কিন্তু যোৱা কেইমাহমানৰ পৰা জ্বৰ-কাহ-শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও শিশুসকলো এডিন’ভাইৰাছত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে দৈনিক ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে স্বাস্থ্য বিশেষজ্ঞসকল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিদেশী পৰ্যটকৰ শৰীৰত প্ৰায়ে কৰোনাৰ উপস্থিতি পোৱা যায়। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ পৰা ৰাজস্থানলৈ অহা চাৰিজন পৰ্যটকৰ মাজত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

Previous Post

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

Next Post

অস্ত্ৰোপচাৰৰ মাজতে ভূমিকম্পৰ জোকৰণিত কপি উঠিল কক্ষ ৷ কর্তন হ’ল বিদ্যুৎ, আতংকময় পৰিৱেশৰ মাজতে চিকিৎসকে কৰিলে প্ৰসূতিৰ অস্ত্ৰোপচাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অস্ত্ৰোপচাৰৰ মাজতে ভূমিকম্পৰ জোকৰণিত কপি উঠিল কক্ষ ৷ কর্তন হ’ল বিদ্যুৎ, আতংকময় পৰিৱেশৰ মাজতে চিকিৎসকে  কৰিলে প্ৰসূতিৰ অস্ত্ৰোপচাৰ

অস্ত্ৰোপচাৰৰ মাজতে ভূমিকম্পৰ জোকৰণিত কপি উঠিল কক্ষ ৷ কর্তন হ’ল বিদ্যুৎ, আতংকময় পৰিৱেশৰ মাজতে চিকিৎসকে কৰিলে প্ৰসূতিৰ অস্ত্ৰোপচাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7