VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপৰ পাছত আকৌ মৰক্কো! এইবাৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ হাতত পৰাস্ত হয়

voicedesk by voicedesk
March 27, 2023
in ক্ৰীড়া
বিশ্বকাপৰ পাছত আকৌ মৰক্কো! এইবাৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ হাতত পৰাস্ত হয়
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

কাটাৰত অনুষ্ঠিত বিশ্বকাপত মৰক্কোৱে ইটোৰ পিছত সিটো অঘটন সংঘটিত কৰিছিল। ছেমি ফাইনেলত স্পেইন আৰু পৰ্তুগালৰ দৰে দলক পৰাস্ত কৰে মৰক্কোৱে ৷মৰক্কোৰ এই পৰাক্ৰম অব্যাহত আছে। এইবাৰ প্ৰদৰ্শনীমূলক খেলত ব্ৰাজিলক পৰাস্ত কৰে মৰক্কোৱে। শনিবাৰে নিশা আশ্ৰাফ হাকিমিৰ মৰক্কোৱে ২-১ গ’লত জয়লাভ কৰে। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি তেওঁলোকে ক্ৰীড়াপ্ৰেমীক আচৰিত কৰি তোলে ৷

 

টেংগিয়াৰৰ ইবন বাটুটা ষ্টেডিয়ামত ৬৫ হাজাৰ দৰ্শক উপস্থিত থাকে। বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত মৰক্কোৱে খেলে । আৰম্ভণিতে ব্ৰাজিলে প্ৰতিদ্বন্দীৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিছিল। ই খেলখন অধিক ৰোমাঞ্চকৰ কৰি তোলে ৷ মৰক্কোৰ ডিফেণ্ডাৰৰ কঠিন প্ৰত্যাহ্বান  ক্ষুব্ধ হৈ পৰিছিল ব্ৰাজিলৰ ফুটবলাৰসকল। যদিও মেচখনত ব্ৰাজিলে বল নিয়ন্ত্ৰণ কৰিছিল, মৰক্কোৱে ওলোটাই  আক্ৰমণ আৰম্ভ কৰিছিল।

 

২৯ মিনিটৰ পাছত ছৌফিয়ান বৌফালে  এটা  গ’ল দি মৰক্কোক আগুৱাই লৈ যায়। বিশ্বকাপৰ প্ৰতিখন মেচতে তেওঁ ভাল প্ৰদর্শন কৰিছিল ৷ ৬৭ মিনিটত ব্ৰাজিলে সমতা স্থাপন কৰে। আব্দেলহামিদ ছাবিৰিয়ে দিয়া আন এটা গ’লেৰে মৰক্কোৱে মেচখন জয়লাভ কৰিবলৈ সক্ষম হয় ৷

 

Previous Post

কন্যা সন্তানৰ পিতৃ হ’ল তেজস্বী যাদৱ, টুইত কৰি কন্যাৰ ফটো প্ৰকাশ বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ

Next Post

মেকড’নাল্ডছত বাচন-বর্তন ধোৱাৰ কাম কৰা স্মৃতি ইৰাণী কিদৰে হৈছিল সফল অভিনেত্ৰী ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
মেকড’নাল্ডছত বাচন-বর্তন ধোৱাৰ কাম কৰা স্মৃতি ইৰাণী কিদৰে হৈছিল সফল অভিনেত্ৰী ?

মেকড’নাল্ডছত বাচন-বর্তন ধোৱাৰ কাম কৰা স্মৃতি ইৰাণী কিদৰে হৈছিল সফল অভিনেত্ৰী ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7