VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

voicedesk by voicedesk
April 10, 2023
in মুখ্য সংবাদ
আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৯এপ্ৰিলঃ সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন “আই কনকলতা মহিলা তীৰ্থ”ৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনি দেওবাৰে নগাঁও আমোলাপট্টিস্থিত চন্দ্ৰজ্যোতি সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ সভানেত্ৰী তথা সুলেখিকা অমিয়া গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকী বক্তাই মহাপুৰুষ জনাৰ নাতি আই কনকলতাৰ আদৰ্শেৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে । সদৌ অসম সত্ৰ মহাসভাৰ সাংগঠনিক ভেটি অধিক সবল কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ সম্পাদিকা দেৱযানী পাঠক শৰ্মাই আঁত ধৰা সভাত দিপালী গোস্বামীয়ে বৰগীত আৰু মঙ্গলাচৰণেৰে আৰম্ভ হোৱা সভাখনত উপদেষ্টা গুণদা গোস্বামী আৰু উপ সভাপতি বিভা মহন্তই স্বৰচিত কবিতা পাঠ কৰাৰ উপৰিও অনুষ্ঠানৰ সাংগঠনিক দিশত সকলো দিশ সামৰি সাৱলীলভাৱে বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটিত বৰ্ণালী গোস্বামী আৰু কাকলি গোস্বামীয়ে বৰগীত পৰিবেশন কৰে। কল্পনা হাজৰিকাই গীত গাই সকলোকে আপ্লুত কৰে।

সভাত উপ সভাপতি ইন্দিৰা গোস্বামী ভট্টাচাৰ্য্য,দীপা পণ্ডিত,ৰিণীকাকতি,ছায়া দেৱী স্মৃতা কলিতা,দেৱযানী দেৱী,প্ৰীতি চৌধুৰী,দেৱযানী পাঠক শৰ্মা, বৰ্ণালী গোস্বামীয়ে কবিতা পাঠ কৰে। সভাত স্মৃতা কলিতাই আৰ্থিক দিশত সকলো বিষয় পুংখানুপুংখ ভাৱে দাঙি ধৰে । সভাত কবি দীপা পণ্ডিতক “ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ”ত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে সকলোৱে অভিনন্দন জনায় । সভাপতি অমিয়া গোস্বামীয়ে সামৰণী ভাষণত সকলো সদস্যাৰে সৰ্বসন্মতিক্ৰমে সদস্যৰ বছেৰেকীয়া বৰঙণি ধাৰ্য কৰাৰ উপৰিও সভাখনৰ বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Previous Post

নগাঁও প্ৰেছ ক্লাৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন

Next Post

স্বামী এতিয়া অতীত , দেওৰৰ সৈতে ‘ভাল সম্পৰ্ক’ বজাই ৰাখিছে ছামান্থাই

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
স্বামী এতিয়া অতীত , দেওৰৰ সৈতে ‘ভাল সম্পৰ্ক’ বজাই ৰাখিছে ছামান্থাই

স্বামী এতিয়া অতীত , দেওৰৰ সৈতে 'ভাল সম্পৰ্ক' বজাই ৰাখিছে ছামান্থাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7