VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও প্ৰেছ ক্লাৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 10, 2023
in মুখ্য সংবাদ
নগাঁও প্ৰেছ ক্লাৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৯এপ্ৰিলঃ নগাঁও প্ৰেছ ক্লাবত দেওবাৰে শঙ্খধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ ”দ্বিতীয় বুদ্ধ” উন্মোচন কৰা হয় ৷ সাহিত্য অকাডেমী বঁটা বিজয়ী উদয় থুলুঙৰ নেপালী ভাষাৰ নিৰ্বাচিত কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি শঙ্খধ্বনি হাজৰিকা ভৰালীয়ে এই গ্ৰন্থখন ৰচনা কৰিছে । বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্য, সমালোচক প্ৰভাত বৰাই ৷ ভাষণ প্ৰসংগত সমালোচকগৰাকীয়ে কয় যে সাহিত্য সৃষ্টি আৰু অনুবাদ সাহিত্য ইটো সিটোৰ পৰিপূৰক ৷ অনুবাদ সাহিত্যৰ জৰিয়তে আমি বিশ্বৰ বিভিন্ন সাহিত্যৰ বিষয়ে উপলব্ধি কৰিব পাৰো ।

সংস্কৃত ভাষাৰ প্ৰসঙ্গ উল্লেখ কৰি সমালোচক বৰাই কয় যে উত্তৰ ভাৰতৰ তুলনাত দাক্ষিণাত্যৰ ভাষা সংস্কৃতিত সংস্কৃত শব্দৰ প্ৰভাৱ বেছি ৷ তেওঁ লগতে কয় যে মালয়ালম ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বেছি যদিও অসমীয়া ভাষাত ইয়াৰ প্ৰয়োগ শক্তিশালী নহয় ৷ অনুবাদে মূল সাহিত্যৰ পৰা সাহিত্যক পৃথকীকৰণ কৰে বুলি এক তাপৰ্য্যপূৰ্ণ মন্তব্য কৰে । সভাপতিৰ ভাষণত সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে সাহিত্যৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে বিভিন্ন অনুবাদ সাহিত্যই অসমীয়া সাহিত্য ভৰাললৈ উল্লেখনীয়া অৱদান আগবঢ়াইছে ৷

নীলাভ সৌৰভে আঁতধৰা অনুষ্ঠানত অধ্যাপক ড° মহেশ্বৰ হাজৰিকা, শিক্ষাবিদ কৃষ্ণ দুলাল বৰুৱা, অধ্যাপক ক্ৰমে নিত্যানন্দ পাটনায়ক,ড° অজিত ভৰালীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ শঙ্খধ্বনি হাজৰিকা ভৰালীৰ মঙ্গলা চৰণৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ৷

Previous Post

সোমবাৰে নগাঁৱত “ৰণাংগন সন্মান” প্ৰদান কৰা হ’ব লাভলীনা বৰগোঁহাইক

Next Post

আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

আই কনকলতা মহিলা তীৰ্থ"ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7