VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰবিবাৰে সাহিত্য সভাৰ বাৰপৃজীয়া অধিবেশনৰ আদৰণি গঠন সম্পৰ্কীয় ৰাজহুৱা সভা

voicedesk by voicedesk
May 13, 2023
in মুখ্য সংবাদ
ৰবিবাৰে সাহিত্য সভাৰ বাৰপৃজীয়া অধিবেশনৰ আদৰণি গঠন সম্পৰ্কীয় ৰাজহুৱা সভা
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৩মে’:– ২০২৪ বৰ্ষত অসম সাহিত্য সভাৰ মধ্যকালীন অধিবেশনখনি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াত অনুষ্ঠিত হ’ব । এই অধিবেশনৰ বাবে আহ্বায়ক বাৰপূজীয়া শতদল শাখা সাহিত্য সভাই নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ সহযোগিতাত পৰ্যায় ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে আদৰণি সমিতি গঠনৰ দিশে আগবাঢ়িছে । প্ৰস্তুতি সভাৰ পৰামৰ্শ আৰু অসম সাহিত্য সভাৰ নিৰ্দেশানুযায়ী অহা ১৪ মে’, দেওবাৰে এখনি ৰাজহুৱা সভা আহ্বানৰ দিন ধাৰ্য কৰা হৈছে ।

বাৰপূজীয়া সাৰ্বজনীন দৌল মন্দিৰ প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিতব্য এই সভাতেই আগন্তুক বাৰপূজীয়া অধিৱেশন-২০২৪খনি সফল ৰূপায়ণৰ বাবে আদৰণি সমিতি গঠন কৰা হ’ব বুলি শাখাৰ সভাপতি ডাঃ প্ৰদীপ কুমাৰ ডেকাই এক বিজ্ঞপ্তিত জানিবলৈ দিয়ে ।এই ক্ষেত্ৰত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে শাখা সাহিত্য সভাই । তদুপৰি সেইদিনা অনুষ্ঠিত হ’ব লগা সাধাৰণ সভাত সাহিত্য প্ৰেমীৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।

Previous Post

৩ কোটি ১০ লাখ টকাৰ মাটি! মুম্বাইৰ উপকণ্ঠ অঞ্চলত কিয় কিনিলে টাবুৰ প্ৰাক্তন প্ৰেমিক?

Next Post

গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত অসম জাতীয় মহাসভাৰ স্বাস্থ্য কল্যাণ অভিযান আৰম্ভ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত অসম জাতীয় মহাসভাৰ স্বাস্থ্য কল্যাণ অভিযান আৰম্ভ

গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত অসম জাতীয় মহাসভাৰ স্বাস্থ্য কল্যাণ অভিযান আৰম্ভ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7