VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ট্ৰেফিক জামত আবদ্ধ হৈ চিন্তিত অমিতাভ , অৱশেষত বাইকৰ পাছফালে বহি উপস্থিত হ’ল শ্বুটিঙত

voicedesk by voicedesk
May 15, 2023
in মনোৰঞ্জন
ট্ৰেফিক জামত আবদ্ধ হৈ চিন্তিত অমিতাভ , অৱশেষত বাইকৰ পাছফালে বহি উপস্থিত হ’ল শ্বুটিঙত
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

পৰ্দাৰ পৰা ছ’চিয়েল মিডিয়ালৈকে অমিতাভ বচ্চনে সকলোতে মৰম লাভ কৰি আহিছে । তেওঁৰ দৈনন্দিন জীৱন, লিখা বা ছবি যিয়েই নহওক কিয়, এই সকলোবোৰে তেওঁৰ অনুৰাগীৰ হৃদয় স্পৰ্শ কৰে। ৮০ বছৰ বয়সতো তেওঁ সক্ৰিয় হৈ আছে।

তাৰকা হ’লেও শ্বুটিং স্থানত উপনীত হ’বলৈ একেটা যান-বাহন ভৰ্তি ৰাস্তাৰে যাব লাগে। গতিকে বহু গাড়ীৰ মাজত  শেহতীয়াকৈ ৰাস্তাত আবদ্ধ হৈ পৰিল অভিনেতাজন। গাড়ীত বহি বহুসময় অপেক্ষা কৰি অধৈর্য্য হৈ পৰে অমিতাভ বচ্চন ৷ কিয়নো তেওঁ সদায় এটা নিৰ্দিষ্ট সময়ত শ্বুটিঙত উপস্থিত থাকিব বিচাৰে । কি পথেৰে গ’লে তেও পলম নোহোৱাকৈ শ্বুটিংস্থলীত উপস্থিত হ’ব ? অৱশেষত তেওঁ সিদ্ধান্ত ল’লে তেওঁ বাইকেৰে যাব ৷ সেইমতে বাইকৰ ব্যৱস্থা কৰি তেওঁ যানজটৰ মাজেৰে গৈ গন্তব্যস্থানত উপস্থিত হয় ৷

অমিতাভে টুইটাৰত লিখিছে, “মই তোমাক চিনি নাপাওঁ, কিন্তু তুমি যিদৰে মোক আত্মীয়ৰ দৰে উদ্ধাৰ কৰিলে, মই সময়মতে কৰ্মস্থলী পাবলৈ সক্ষম হ’লোঁ। ট্ৰেফিক এৰাই চলিবলৈ ইয়াতকৈ সহজ উপায় নাছিল, যিয়েই নহওক আগতে আহিব নোৱাৰিলোঁহেঁতেন। হালধীয়া টি-চাৰ্ট, শ্বৰ্ট আৰু টুপী পিন্ধা বন্ধু, বহুত বহুত ধন্যবাদ।”

 

কিনতু অমিতাভক বাইকৰ পাছত বহুৱাই শ্বুটিংস্থলীলৈ নিয়া যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই । ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ছবিখন। শীঘ্ৰেই দেখা যাব অমিতাভক দীপিকা পাডুকনৰ বিপৰীতে তেলেগু ছবি ‘প্ৰজেক্ট কে’ত। ইয়াৰ উপৰিও অমিতাভে ৰিভু দাসগুপ্তৰ পৰৱৰ্তী ছবি ‘ছেকচন ৮৪’ৰ কাম কৰি আছে।

Previous Post

দিল্লীলৈ সিদ্ধাৰমাইয়া, কর্ণাটকত জন্মদিন উদযাপন শিৱকুমাৰৰঃকোন হ’ব কর্ণাটকৰ মুখ্যমন্ত্ৰী? আতৰা নাই বিভ্ৰান্তি

Next Post

এটাৰ পিছত এটাকৈ বান্দৰৰ মৃত্যু, জোপোহাৰ পৰা উদ্ধাৰ হ’ল কমেও ৪০টা মৃত বান্দৰ, কেনেকৈ হ’ল মৃত্যু !!

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
এটাৰ পিছত এটাকৈ বান্দৰৰ মৃত্যু, জোপোহাৰ পৰা উদ্ধাৰ হ’ল কমেও ৪০টা মৃত বান্দৰ, কেনেকৈ হ’ল মৃত্যু !!

এটাৰ পিছত এটাকৈ বান্দৰৰ মৃত্যু, জোপোহাৰ পৰা উদ্ধাৰ হ’ল কমেও ৪০টা মৃত বান্দৰ, কেনেকৈ হ’ল মৃত্যু !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7