VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

voicedesk by voicedesk
May 31, 2023
in ক্ৰীড়া
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাটৰ প্ৰতিবাদক লৈ  চিন্তিত কৰি তুলিছে  বিশ্ব মল্লযুঁজ ফেডাৰেচনক। মল্লযুঁজাৰুসকলৰ লগত কৰা ব্যৱহাৰক লৈ ক্ষুব্ধ হৈ পৰিছে ফেডাৰেচন । বহুদিনলৈ ইণ্ডিয়ান ভাৰতীয় মল্লযুঁজ ফেডাৰেচনত কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। এই দুটা কাৰণতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বর্খাস্ত ৰখাৰ হুংকাৰ দিছে বিশ্ব মল্লযুঁজ ফেডাৰেচনে।

 

জানুৱাৰী মাহত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে মল্লযুঁজৰ সংস্থাটোক নিলম্বন কৰাৰ পিছত বিশ্ব মল্লযুঁজ ফেডাৰেচনে কয় যে ৪৫ দিনৰ ভিতৰত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব লাগিব। কিন্তু ব্রিজভূষণ শৰণ সিঙৰ নেতৃত্বত ফেডাৰেচনে সেই আদেশ মানি নল’লে৷ ফলত এইবাৰ বিশ্ব মল্লযুঁজ সংস্থাই এক বিবৃতি প্ৰকাশ কৰিছে।

 

বিবৃতিটোত কোৱা হৈছে যে ৪৫ দিনৰ সময়সীমা দিয়া হৈছিল। কিন্তু ভাৰতীয় মল্লযুঁজ সংগঠনটোৱে এই কথাত সন্মতি নিদিলে। ফলত সংগঠনটোক বৰ্খাস্ত কৰা হ’ব পাৰে। এই সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতিযোগীসকলে ভাৰতীয় পতাকাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

 

বিশ্ব মল্লযুঁজ সংস্থাইও মল্লযুঁজাৰুৰ প্ৰতিবাদক লৈ এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিত তেওঁলোকে কয় – “প্ৰতিবাদৰ সময়ত মল্লযুঁজাৰুসকলক যি ধৰণে হাৰাশাস্তি কৰা হৈছিল আৰু পিছত গ্ৰেপ্তাৰ কৰা হৈছিল সেয়া দেখি আমি চিন্তিত হৈছো।এমাহৰো অধিক সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মল্লযুঁজাৰুসকলে। চৰকাৰে তেওঁলোকৰ দাবী শুনি সেই অনুসৰি কাম কৰিব লাগে।”

 

ইফালে মঙলবাৰে পুৱা মল্লযুঁজাৰুসকলে হৰিদ্বাৰৰ গংগাত সকলো পদক বলিদান দিম বুলি সকীয়াই দিয়ে। বজৰং, সাক্ষী, বিনেশে দুপৰীয়া হৰিদ্বাৰত উপস্থিত হয় ৷অৱশ্যে তাৰ পিছত কৃষক নেতাসকলে তাত গৈ মল্লযুঁজাৰুসকলক পদক গংগাত বিসর্জন দিয়াত  বাধা প্ৰদান কৰে । মল্লযুঁজাৰুসকলে কেন্দ্ৰক পাঁচ দিনৰ সময়সীমা দিছে। দাবী পূৰণ নকৰিলে পাঁচ দিনৰ পাছত পদক বিসর্জনৰ  হুংকাৰ দিছে।

Previous Post

ভাৰতত এইবাৰ বিমান পৰিচাৰিকাৰ দৰেই মহিলা ‘কোচ এটেণ্ডেণ্ট’ থাকিব ৰেলত, গুৱাহাটীৰ পৰা চলিবলগীয়া বন্দে ভাৰতত পৰীক্ষামূলক ভিত্তিত আৰম্ভ

Next Post

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7