VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

voicedesk by voicedesk
June 1, 2023
in মনোৰঞ্জন
মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

 

এই প্ৰজন্মৰ বলীউডৰ উদীয়মান তাৰকা হৈছে ছাৰা অলী খান। অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰাৰ পাঁচ বছৰৰ ভিতৰতে তেওঁ নিজৰ দক্ষতাৰে নিজৰ স্থান দখল কৰিছে। অভিনয়ৰ উপৰিও ছাৰা আলী খান ব্যক্তিত্বৰ বাবেও জনপ্ৰিয়। তেওঁৰ জনপ্ৰিয়তা ছ’চিয়েল মিডিয়া পেজতো দেখা যায়। অভিনয়ৰ উপৰিও তেওঁ ভ্ৰমণো ভাল পায়। পাহাৰৰ পৰা সাগৰলৈকে, আনকি তীৰ্থযাত্ৰায়ো ছাৰাই ভ্ৰমণ কৰি ভাল পায়। কেইবাবাৰো কেদাৰনাথলৈ গৈছে তেওঁ । বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ পৰৱৰ্তী ছবি ‘জাৰা হটকে জাৰা বচকে’ৰ প্ৰচাৰত ব্যস্ত। শেহতীয়াকৈ ছাৰাই সহ অভিনেতা বিকি কৌশলৰ সৈতে উজ্জয়িনৰ মহাকাল মন্দিৰ দৰ্শন কৰিছিল। তাতে দুয়ো তাৰকাই পূজা আগবঢ়ায় ৷ ছচিয়েল মিডিয়াতোইয়াৰ  ছবি পোষ্ট কৰে। সেই ছবিখন প্ৰকাশ পোৱাৰ পিছৰে পৰা একাংশই তেওঁক সমালোচনা কৰিছে ৷ ইছলাম ধর্মাৱলম্বী হোৱাৰ পাছতো   তেওঁ কিয় মন্দিৰত ভৰি দিছে বুলি একাংশই ৎপ্ৰশ্ন উত্থাপন কৰিছে ? শেহতীয়াকৈ এক অনুষ্ঠানত ছাৰাই সমালোচকৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনায়।

 

শেহতীয়া এক অনুষ্ঠানত এই প্ৰসংগত ছাৰাই কয়, “মই মোৰ কাম অন্তৰৰ পৰা কৰো। মই মোৰ দৰ্শক আৰু অনুৰাগীৰ বাবে কাম কৰো। মোৰ কাম ভাল নাপালে মোৰ বেয়া লাগে। অৱশ্যে ব্যক্তিগত বিশ্বাসৰ স্থান মোৰ নিজৰ। মই যি শ্ৰদ্ধাৰে আজমীৰ শ্বৰীফলৈ যাওঁ, সেই শ্ৰদ্ধাৰে বাংলা চাহাব, মহাকাল মন্দিৰলৈ যাওঁ। মই মন্দিৰলৈ যোৱা বন্ধ নকৰো।” যিকোনো ধর্মীয় স্থাৰ পৰিৱেশত ছাৰাই বিশ্বাস কৰে। কেৱল ধৰ্মৰ ৰং দেখি তেওঁ নিজৰ বিশ্বাস সলনি নকৰে, তেওঁ দৃঢ়প্ৰতিজ্ঞ।

 

অহা ২ জুনত মুক্তি পাব ছাৰা আলী খানৰ পৰৱৰ্তী ছবি। বলীউডৰ পৰিচালক লক্ষ্মণ উটেকাৰৰ পৰিচালিত এই ছবিখনত ছাৰাই বিকি কৌশলৰ সৈতে অভিনয় কৰিছে ৷

Previous Post

শিশু শ্ৰমিকৰ বিৰুদ্ধে আজিৰে পৰা মাহজোৰা অভিযান

Next Post

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7