VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নির্বাচক হোৱাৰ কোনো প্রস্তাৱ লাভ কৰা নাছিল বীৰেন্দ্ৰ সেহৱাগে

voicedesk by voicedesk
June 23, 2023
in ক্ৰীড়া
নির্বাচক হোৱাৰ কোনো প্রস্তাৱ লাভ কৰা নাছিল বীৰেন্দ্ৰ  সেহৱাগে
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

বীৰেন্দ্ৰ সেহৱাগক ভাৰতীয় ক্ৰকেট দলৰ নিৰ্বাচক হোৱাৰ প্ৰস্তাৱ দিয়া বুলি ওলোৱা খবৰ নাকচ কৰিছে ক্ৰিকেটাৰজনে । সেহৱাগে নিজেই অৱশ্যে কয় যে তেওঁক কোনো ধৰণৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল।

 

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এক অধিসূচনা জাৰি কৰি নিৰ্বাচক হ’বলৈ আবেদন বিচাৰিছে। তাৰ আগতেই এই প্ৰস্তাৱ সেহৱাগক দিয়া হৈছিল। কিন্তু তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ কোনো প্ৰস্তাৱ পোৱা নাই।

 

চেতন শৰ্মাই মুখ্য নিৰ্বাচক পদৰ পৰা পদত্যাগ কৰাৰ পিছত সেই পদটো এতিয়াও খালী হৈ আছে। বিচিচিআইয়ে জনোৱা মতে, উত্তৰ অঞ্চলৰ পৰা নিৰ্বাচকসকলক লোৱা হ’ব। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চেতনে পদত্যাগ কৰিছিল। মিডিয়া ষ্টিং অপাৰেচনৰ সন্মুখত তেওঁ মুখ খুলিছিল । তাত চেতনে বিভিন্ন ক্ৰিকেটাৰৰ কথা প্ৰকাশ কৰিছিল । যিটো বিষয়  ব’ৰ্ডে ভালদৰে গ্ৰহণ কৰা  নাছিল।  তেতিয়াৰ পৰাই শিৱসুন্দৰ দাস, এছ সাৰথ, সুব্ৰত বেনাৰ্জী আৰু সলিল অংকোলাই দল নিৰ্বাচনৰ কাম চম্ভালি আহিছে। শিৱসুন্দৰে অস্থায়ীভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব চম্ভালি আছে।

 

ব’ৰ্ডৰ মতে, ভাৰতৰ হৈ কমেও ৭খন টেষ্ট বা ১০খন এদিনীয়া মেচ বা কমেও ৩০খন প্ৰথম শ্ৰেণীৰ খেল খেলা প্ৰাক্তন ক্ৰিকেটাৰসকলে আবেদন কৰিব পাৰিব এই পদৰ বাবে । সেই ক্ৰিকেটাৰসকলে কমেও পাঁচ বছৰ আগতে অৱসৰ লোৱা হ’ব লাগিব ৷ সেই নিয়ম অনুসৰি চেতনেও পুনৰ আৱেদন কৰিব পাৰে। ৩০ জুন তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব ৷

 

উত্তৰ অঞ্চলত হৰভজন সিং, যুৱৰাজ সিং, গৌতম গম্ভীৰৰ দৰে ক্ৰিকেটাৰ আছে। কিন্তু তেওঁলোকৰ অৱসৰৰ পাঁচ বছৰ হোৱা নাই। যাৰ বাবে সেহৱাগ যোগ্য হিচাপে বিবেচিত হৈছে ৷ কাৰণ, যদি তেওঁ মুখ্য নিৰ্বাচক হয় তেন্তে ব’ৰ্ডে বছৰত এক কোটি টকা দিব। কিন্তু বিভিন্ন সম্প্ৰচাৰ সংস্থাত বিশেষজ্ঞ হিচাপে কাম কৰা সেহৱাগে সেই সকলোবোৰ এৰি সেই ধনৰ বাবে নিৰ্বাচক হ’ব নিবিচাৰিব।

 

বিবেক ৰাজদান, অজয় ​​ৰাতৰা, ৰিটিন্দৰ সিং সোধি আৰু অতুল ৱাছানৰ নাম উচ্চাৰিত হৈছে ৷ অৱশ্যে তেওঁলোকে আবেদন কৰিব নে নকৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

 

Previous Post

একেখন ছবিতে কৰীনা-কিয়াৰা! কোনখন চিনেমালৈ ঘূৰি আহিছে নায়িকা যুটি?

Next Post

শ্বাহৰ ভ্ৰমণৰ সময়ত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা, অব্যাহত গুলীয়াগুলী

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
শ্বাহৰ ভ্ৰমণৰ সময়ত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা, অব্যাহত গুলীয়াগুলী

শ্বাহৰ ভ্ৰমণৰ সময়ত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা, অব্যাহত গুলীয়াগুলী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7