VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“বেডটাইম ৰিচুৱেলছ পাপা, মামা, দেৱী”

সামাজিক মাধ্যমত বহুল ভাৱে সমাদৃত হৈছে জনপ্ৰিয় তাৰকা দম্পতী বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ কন্যা দেৱীৰ এটি আকৰ্ষণীয় ভিডিঅ’

voicedesk by voicedesk
August 19, 2023
in মনোৰঞ্জন
“বেডটাইম ৰিচুৱেলছ পাপা, মামা, দেৱী”
0
SHARES
65
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত বহুল ভাৱে সমাদৃত হৈছে জনপ্ৰিয় তাৰকা দম্পতী বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ কন্যা দেৱীৰ এটি আকৰ্ষণীয় ভিডিঅ’ ৷

তাৰকা দম্পতী বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ যোৱা নৱেম্বৰ মাহত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। দম্পতীহালে নিজৰ কন্যাৰ নাম ৰাখিছে দেৱী ৷ শিশুটিৰ সম্পূৰ্ন নাম দেৱী বসু সিং গ্ৰভাৰ৷ বৰ্তমান সময়ত প্ৰায়ে ছ’চিয়েল মিডিয়াত তেওঁলোকে  সন্তানৰ ফটো,ভিডিঅ’ শ্বেয়াৰ কৰে।

শেহতীয়াকৈ বিপাশাই দেৱী শুবলৈ লোৱা সময়ৰ এটা আকৰ্ষণীয় ভিডিঅ’  সামাজিক মাধ্যমত পোষ্ট কৰিছিল যিয়ে সকলোৰে হৃদয় জয় কৰিছে।ভিডিঅ’টোত কৰণে দেৱী শুৱাবলৈ হনুমান চলিছা পাঠ কৰিছে আৰু বিপাশাই  কন্যা দেৱী আৰু কৰণৰ এই বিশেষ মুহূৰ্ত নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত কৰণে দেৱীক মৰমেৰে হনুমান চলিছা পাঠ কৰি শুনোৱা দেখা গৈছে, যাৰ উত্তৰত দেৱীয়ে খিলখিলাই বিভিন্ন  শব্দৰে সঁহাৰি জনাইছিল আৰু দেউতাকক মৰম কৰিছিল।

ভিডিঅ’টো ইমানেই হৃদয়স্পৰ্শী আছিল যে অনলাইন অনুৰাগীসকলে লগে লগে অভিভাৱকসকলক প্ৰশংসাৰে বুৰাই পেলাইছে।

ভিডিঅ’টোৰ  কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “বেডটাইম ৰিচুৱেলছ পাপা, মামা, দেৱী।”

উল্লেখনীয় যে কিছুদিন পূৰ্বে বিপাশাই নেহা ধুপীয়াৰ সৈতে ইনষ্টাগ্ৰাম লাইভ চেটত দেৱীৰ চিকিৎসাজনিত অৱস্থাৰ বিষয়ে মুকলিকৈ কৈছিল। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকৰ যাত্ৰা যিকোনো স্বাভাৱিক অভিভাৱকতকৈ বহুত বেলেগ। তেওঁ কোনো মাতৃৰ লগত এনেকুৱা হোৱাটো নিবিচাৰে৷তেওঁৰ  কেঁচুৱাটো জন্ম হোৱাৰ তৃতীয় দিনাই তেওঁ গম পাইছিল যে তেওঁলোকৰ ছোৱালীজনীৰ হৃদয়ত দুটা ছিদ্ৰ আছে।সেইসময়ত তেওঁ ভাবিছিল যে তেওঁ এই কথা কাকো নকয় , কিন্তু অৱশেষত তেওঁ এই কথা শ্বেয়াৰ কৰো।

কাৰণ তেওঁ  ভাবে যে  বহুত এনে মাতৃ আছে  যি এই যাত্ৰাত তেওঁক সহায় কৰিব পাৰিব যদিও সেই মাতৃসকলক বিচাৰি পোৱাটো তেওঁৰ বাবে বৰ কঠিন ।

​

View this post on Instagram

A post shared by Bipasha Basu (@bipashabasu)

Previous Post

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

Next Post

নগাঁৱৰ কামপুৰত ড্ৰাগছ বিৰোধী সজাগতা সভা

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
নগাঁৱৰ কামপুৰত ড্ৰাগছ বিৰোধী সজাগতা সভা

নগাঁৱৰ কামপুৰত ড্ৰাগছ বিৰোধী সজাগতা সভা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7