VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ অৰুণাচলক নিজৰ অংগৰাজ্য হিচাপে দাবী চীনৰ , নতুন মানচিত্ৰত অন্তর্ভুক্ত কৰাক লৈ বিতর্ক

voicedesk by voicedesk
August 29, 2023
in মুখ্য সংবাদ
পুনৰ অৰুণাচলক নিজৰ অংগৰাজ্য হিচাপে দাবী চীনৰ , নতুন মানচিত্ৰত অন্তর্ভুক্ত কৰাক লৈ বিতর্ক
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

পুনৰ অৰুণাচল প্ৰদেশক নিজৰ অংগৰাজ্য হিচাপে দাবী কৰিছে চীনে ৷ শেহতীয়াকৈ চীনে প্ৰকাশ কৰা নতুন মানচিত্ৰত  অৰুণাচল প্ৰদেশ, আকছাই চীন, টাইৱান আৰু বিতৰ্কিত দক্ষিণ চীন সাগৰীয় অঞ্চলকে ধৰি বিতৰ্কিত ভূখণ্ডসমূহ অন্তৰ্ভুক্ত কৰিছে। ২৮ আগষ্টত প্ৰকাশ কৰা এই মানচিত্ৰই কূটনৈতিক উদ্বেগ প্ৰকাশ কৰাৰ লগতে বৰ্তমানৰ  দুয়োখন দেশৰ বিবাদ পুনৰ জগাই তুলিছে।

 

২০২৩ চনৰ সংস্কৰণ বুলি কোৱা চীনৰ চৰকাৰী মানচিত্ৰখন প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ৰ মানক মানচিত্ৰ সেৱা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা  হৈছিল। চৰকাৰী গ্ল’বেল টাইমছে এক্স (পূৰ্বৰ টুইটাৰ)ত এক পোষ্টত কয় যে, ‘চীন আৰু বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় সীমা অংকন পদ্ধতিৰ ওপৰত ভিত্তি কৰি এই মানচিত্ৰখন প্ৰস্তুত কৰা হৈছে।“

 

বিশেষ তাৎপৰ্যৰ বিষয় হ’ল অৰুণাচল প্ৰদেশ আৰু আকছাই চীনক অন্তৰ্ভুক্ত কৰা, যি দুয়োটা অঞ্চল দীৰ্ঘদিন ধৰি চীন আৰু ভাৰতৰ মাজত বিবাদৰ সূচনা কৰি আহিছে । ভাৰতে ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ ৷

 

চীনে টাইৱানক নিজৰ ভূখণ্ডৰ এক অবিচ্ছেদ্য অংশ হিচাপে দাবী কৰে ৷ এই নতুন দাবীয়ে চীন আৰু টাইৱানৰ মাজতো উত্তেজনা বৃদ্ধি কৰিছে ৷

 

ইয়াৰ উপৰিও চীনৰ মানচিত্ৰত বিতৰ্কিত ন ডেছ লাইন অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দক্ষিণ চীন সাগৰৰ এক বুজন অংশক চীনৰ ভূখণ্ড বুলি দাবী কৰে। এই পদক্ষেপৰ বিৰোধিতা কৰিছে ভিয়েটনাম, ফিলিপাইনছ, মালয়েছিয়া, ব্ৰুনাই আৰু টাইৱানৰ দৰে দেশে ৷

 

Previous Post

মহানগৰীত ১০ লাখ টকাৰ জালনোট জব্দ, ধৃত ২

Next Post

১০০ জন ‘খাদ্য ডেলিভাৰী’ কৰ্মীৰ ভিতৰত কমেও ৩২ জন স্নাতক, মূল্যবৃদ্ধি-ইন্ধনৰ দাম বৃদ্ধিৰ বাবে নহয় লাভ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১০০ জন ‘খাদ্য ডেলিভাৰী’ কৰ্মীৰ ভিতৰত কমেও ৩২ জন স্নাতক, মূল্যবৃদ্ধি-ইন্ধনৰ দাম বৃদ্ধিৰ বাবে নহয় লাভ

১০০ জন ‘খাদ্য ডেলিভাৰী’ কৰ্মীৰ ভিতৰত কমেও ৩২ জন স্নাতক, মূল্যবৃদ্ধি-ইন্ধনৰ দাম বৃদ্ধিৰ বাবে নহয় লাভ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7