VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাশ্মীৰত উগ্ৰপন্থীৰ সৈতে হোৱা গুলীয়াগুলীত প্ৰাণ হেৰুৱালে সেনাৰ লেব্ৰাডৰ কেণ্টে

voicedesk by voicedesk
September 13, 2023
in মুখ্য সংবাদ
কাশ্মীৰত উগ্ৰপন্থীৰ সৈতে হোৱা গুলীয়াগুলীত প্ৰাণ হেৰুৱালে সেনাৰ লেব্ৰাডৰ কেণ্টে
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ ডগ স্কোয়াডৰ লেব্ৰাডৰ কেণ্টে সন্ত্ৰাসবাদীৰ সন্ধানত প্ৰাণ হেৰুৱায়। পলাতক উগ্ৰপন্থীৰ সন্ধানত ভাৰতীয় সেনাৰ সৈতে কেণ্টে গৈছিল। হঠাৎ প্ৰচণ্ড গুলীয়াগুলী আৰম্ভ হ’ল। উগ্ৰপন্থী আৰু সেনাৰ মাজত গুলীচালনা আৰম্ভ হয় । গুলীচালনাৰ সময়ত কেণ্টে নিজৰ হেণ্ডলাৰক বচাবলৈ চেষ্টা কৰে ৷  সেই সময়তে  ৬ বছৰীয়া লেব্ৰাডৰ কেণ্ট নামৰ কুকুৰটো গুলীৱিদ্ধ হয় ৷ জম্মু-কাশ্মীৰৰ নৰলা গাঁৱৰ ৰাজোলি অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

 

পিটিআইৰ সূত্ৰ অনুসৰি কেণ্ট হৈছে লেব্ৰাডৰ জাতৰ মাইকী কুকুৰ। কেণ্ট আছিল ২১ নং সেনা ডগ ইউনিটতৰ অংশ । পলায়ন কৰা উগ্ৰপন্থীসকলক বিচাৰি উলিয়াবলৈ জোৱানৰ এটা দলৰ সৈতে ‘অপাৰেচন সুজালিগালা’ত অংশ লৈছিল কেণ্টে। হঠাৎ দুয়োপক্ষৰ মাজত গুলীচালনা হয়। কেণ্টে কেণ্টৰ ‘হেণ্ডলাৰ’ সৈনিকজনক বচাবলৈ চেষ্টা কৰে। কিন্তু গুলীয়ে কেণ্টৰ শৰীৰত আঘাত কৰে ৷ থিতাতে মৃত্যু হয় কেণ্টৰ। কেণ্টৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

 

জম্মু অঞ্চলৰ আৰক্ষী বিষয়া মুকেশ সিঙে কয় যে গুলীচালনাৰ ফলত এজন পাকিস্তানী উগ্ৰপন্থীৰ মৃত্যু হৈছে। এজন জোৱানেও হেৰুৱালে প্ৰাণ। ঘটনাস্থলীত উপস্থিত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। জম্মু আৰক্ষীয়ে জনোৱা মতে, ইয়াৰে দুজন জোৱান আৰু এজন আৰক্ষী জোৱান।

Previous Post

হাইলাকান্দিত গ্ৰেপ্তাৰ ১৫ জন কাজী , আৰম্ভ বাল্যবিবাহকাৰীৰ বিৰুদ্ধে অভিযান

Next Post

কেৰালাত নিপা ভাইৰাছৰ আতংক, সাতখন গাঁও কণ্টেইনমেণ্ট জ’ন ঘোষণা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কেৰালাত নিপা ভাইৰাছৰ আতংক, সাতখন গাঁও কণ্টেইনমেণ্ট জ’ন ঘোষণা

কেৰালাত নিপা ভাইৰাছৰ আতংক, সাতখন গাঁও কণ্টেইনমেণ্ট জ’ন ঘোষণা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7