VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

voicedesk by voicedesk
September 14, 2023
in মনোৰঞ্জন
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
0
SHARES
153
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বিয়া। এইবাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে অভিনেত্ৰী গৰাকীয়ে । ১৩ মে’ত আম আদমী পাৰ্টিৰ নেতা তথা সাংসদ ৰাঘৱ চাদ্দাৰৰ সৈতে বাগ্দান হৈছিল অভিনেত্ৰীগৰাকীৰ। এইবাৰ বিয়াৰ সময়। পৰিনীতি আৰু ৰাঘৱে চলিত মাহত বিবাহপাশত আৱদ্ধ হ’ব ৷ ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত বিবাহপাশত আবদ্ধ হ’ব তাৰকা দম্পত্তীহাল । বিয়ালৈ মাত্ৰ ১০ দিন বাকী। এই মুহূৰ্তত বিবাহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ইফালে পৰিনীতি আৰু ৰাঘৱৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছ’চিয়েল মিডিয়াত ফাদিল হৈছে ৷ ২৩ ছেপ্টেম্বৰত দুপৰীয়াৰ পৰা ‘ৱেলকাম লাঞ্চ’ৰ জৰিয়তে বিবাহ অনুষ্ঠান আৰম্ভ হ’ব। উদয়পুৰৰ তাজলীলা পেলেচত আয়োজন কৰা হৈছে ৰাঘৱ আৰু পৰিনীতিৰ বিয়া।

 

 

অহা ২৩ ছেপ্টেম্বৰত দিনৰ ১২ বজাৰ পৰা বিয়লি ৪ বজালৈ ‘ৱেলকাম লাঞ্চ’ হ’ব। ইয়াৰ পিছত ৯০ দশকৰ থিম পাৰ্টিৰ আয়োজন কৰা হয়। সেইদিনা সম্পূৰ্ণ হ’ব পৰিনীতিৰ ‘ক্লাইমেক্স চেৰেমনি’। পিছদিনা অৰ্থাৎ ২৪ ছেপ্টেম্বৰত ৰাঘৱৰ ‘ছেহৰাবন্দী’ৰে বিবাহ অনুষ্ঠান আৰম্ভ হ’ব। বিয়লি ৩.৩০ বজাৰ ভিতৰত পৰিনীতি আৰু ৰাঘৱৰ বিবাহ সম্পন্ন হ’ব। বিয়াৰ দিনা সন্ধিয়া তাজলীলা প্ৰাসাদত নৱবিবাহিত সকলৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব। অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানকে ধৰি বহু ৰাজনৈতিক ব্যক্তিয়ে এই অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বলীউডৰ পৰা পৰিনীতিৰ বিবাহ অনুষ্ঠানত কাক দেখা যাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

 

 

ছবিৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন এজেন্সীৰ সৈতে হোৱা চুক্তিলৈকে সকলো কাম সম্পূৰ্ণ কৰি পৰিনীতিয়ে মাত্ৰ বিয়াৰ প্ৰস্তুতি চলাইছে। আনহাতে ৰাজনৈতিক ক্ষেত্ৰখনৰ সকলো দায়িত্ব চম্ভালি ৰাঘৱ বিবাহৰ বাবে সাজু। ১৩ মে’ত পৰিনীতিয়ে দিল্লীৰ কাপুৰথালা হাউচত ব্যক্তিগত পৰ্যায়ত ৰাঘৱৰ সৈতে আঙঠি বিনিময় কৰে। শুনা গৈছে যে উদয়পুৰত বিয়াৰ পিছত এই দম্পতীহালে দিল্লী আৰু মুম্বাইতো অভ্যর্থনা আয়োজনৰ পৰিকল্পনা কৰিছে।

​

 

Previous Post

ওড়িশাত স্ক্ৰাব টাইফাছৰ ফলত ৫জন লোকৰ মৃত্যু

Next Post

আছাম ৰাইফলছেৰে এনএছচিএনৰ সংঘর্ষ , এজন উগ্ৰপন্থী নিহত

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
আছাম ৰাইফলছেৰে এনএছচিএনৰ সংঘর্ষ , এজন উগ্ৰপন্থী নিহত

আছাম ৰাইফলছেৰে এনএছচিএনৰ সংঘর্ষ , এজন উগ্ৰপন্থী নিহত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7