VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

voicedesk by voicedesk
September 22, 2023
in ক্ৰীড়া
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
0
SHARES
208
VIEWS
Share on FacebookShare on Twitter

 

এছিয়া কাপত পৰাজয়ৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ  বৈঠক অনুষ্ঠিত হয় । অধিনায়ক বাবৰ আজম আৰু উপ-অধিনায়ক ছাদাব খানও বৈঠকত উপস্থিত থাকে ৷ এছিয়া কাপত নেপালক পৰাস্ত কৰি আৰম্ভণি কৰিছিল পাক দলে । কিন্তু ছুপাৰ ফ’ৰত ভাৰত আৰু শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হৈ এছিয়া কাপৰ পৰা বাহিৰ হয় ৷ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে পাকিস্তান । ইয়াৰ পিছত ব’ৰ্ড আলোচনাত মিলিত হয় । তেওঁলোকে বিশ্বকাপৰ আগত সকলো ভুল শুধৰাব বিচাৰিছে ৷

এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাস্ত হয় পাকিস্তান। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী জাকা আছৰাফ, প্ৰশিক্ষক মিকি আৰ্থাৰ, অধিনায়ক বাবৰ আজম, উপ-অধিনায়ক ছাদাব খান, প্ৰাক্তন অধিনায়ক মহম্মদ হাফিজ আৰু মিছবাহ উল হক এনে অপমানজনক পৰাজয়ৰ পিছত এই বৈঠকত উপস্থিত থাকে। সেই বৈঠকত বিভিন্ন টি-২০ লীগত খেলাটোৱেই ক্ৰিকেটাৰসকলৰ ক্লান্তিৰ আঁৰৰ কাৰণ হিচাপে আলোকপাত কৰা হৈছিল।

 

ইয়াৰ পূৰ্বে পাকিস্তানী ক্ৰিকেটাৰে বিদেশী লীগত খেলাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। ব’ৰ্ডে কঠোৰ সিদ্ধান্ত লোৱাৰ পক্ষপাতী। লগতে ক্ৰিকেটাৰক অত্যধিক বিদেশী লীগত খেলিব নিদিয়াৰ সিদ্ধান্ত লোৱা হ’ব বুলিও চর্চা আৰম্ভ হৈছে ৷ পাক ব’ৰ্ডৰ মুৰব্বী আশ্ৰফে এই বৈঠকৰ পিছত কোনো সিদ্ধান্ত ঘোষণা কৰা নাছিল। কিন্তু তেওঁ কয় যে এই লীগৰ বাবেই সমস্যা হৈছে। তেওঁ কয়, “আলোচনাৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিছে। ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই ক্ৰিকেটাৰক বিদেশী লীগত খেলিবলৈ বাধা দিয়া হোৱা  নাছিল। ফলত ক্ৰিকেটাৰসকল দেশৰ হৈ খেলি ভাগৰি পৰিল। ক্ৰিকেটাৰসকলৰ সৈতে কথা পাতি দেশক অগ্ৰাধিকাৰ দি অনাগত দিনত সিদ্ধান্ত লোৱা হ’ব।’

 

আশ্ৰফে কয় যে সমস্যাৰ সমাধানৰ কথা মনত ৰাখি আলোচনা কৰা হৈছে। পাক ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে কয়, ‘এই বৈঠকৰ জৰিয়তে সকলোৱে সকলো কথা আলোচনা কৰিব পৰা পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। দলীয় প্ৰদৰ্শনৰ বিষয়ে মুকলিকৈ আলোচনা কৰা হয়। সমস্যাৰ ক্ষেত্ৰসমূহ বিচাৰি উলিয়াই সমাধানৰ প্ৰয়াস কৰা হৈছে। দলৰ মংগলৰ বাবে ই গুৰুত্বপূৰ্ণ।”

 

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। ভাৰতৰ মাটিত খেলিবলৈ আহিব পাকিস্তান। আশ্ৰফে কয়, ‘অতি ইতিবাচক আলোচনা হৈছিল। এছিয়া কাপৰ পৰা আমি বহু কথা শিকিলোঁ। সেইটোৱে আমাক বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিব। দলটোত আছে কেইবাজনো প্ৰতিভাৱান খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় মেচত জয়ী হোৱাৰ ক্ষমতা আছে। দলটোক অত্যাধুনিক সা-সঁজুলি যোগান ধৰা হৈছে। আশাকৰোঁ সকলোৱে নিজৰ শ্ৰেষ্ঠ খেলিব।”

Previous Post

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

Next Post

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7